মন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
[[File:Descartes mind and body.gif|thumb|200px|right|মন/শৰীৰ দ্বৈতবাদ René Descartes 'দৃষ্টান্ত ডেকাৰ্টে বিশ্বাস কৰিছিল যে মস্তিষ্কৰ এপিফিছেক্স পৰা আৰু অস্তিত্বহীন আত্মা পৰ্যন্ত সংবহনকাৰী অঙ্গৰ দ্বাৰা ইনপুট প্ৰেৰিত হয়।<ref name="Descartes1641">Descartes, R. (1641) ''Meditations on First Philosophy'', in ''The Philosophical Writings of René Descartes'', trans. by J. Cottingham, R. Stoothoff and D. Murdoch, Cambridge: Cambridge University Press, 1984, vol. 2, pp. 1–62.</ref>]]
 
'''মন''' ({{lang-en|Mind}}) হৈছে [[দৰ্শন|দৰ্শনশাস্ত্ৰৰ]] এক অন্যতম কেন্দ্ৰীয় ধাৰণা। মন বুলিলে সাধাৰণভাবে, [[বুদ্ধি]] আৰু [[বিবেকবোধ|বিবেকবোধৰ]] এক সমষ্টিগত ৰূপ যি [[চিন্তা]], [[অনুভূতি]], [[আবেগ]], [[ইচ্ছা]] আৰু [[কল্পনা|কল্পনাৰ]] মাধ্যমেৰে প্ৰকাশিত হয় তাকে বুজায়। মন কি আৰু ই কেনেকৈ কাম কৰে সেই সম্পৰ্কে অনেক ধৰণৰ [[তত্ত্ব]] প্ৰচলিত আছে। এসকলো তত্ত্বৰ চিন্তা-ভাৱনা মূলতঃ [[প্লেটো]], [[এৰিষ্ট'টল]] আৰু অন্য [[প্ৰাচীন গ্ৰীক]] [[দাৰ্শনিক|দাৰ্শনিকসকলৰ]] সময়ৰ পৰা আৰম্ভ হৈছিল।
 
[[জড়বাদী দাৰ্শনিক|জড়বাদী দাৰ্শনিকসকলৰ]] মতে, [[মানুহ|মানুহক]] মনৰ প্ৰবৃত্তি [[শৰীৰ]]ৰ পৰা ভিন্ন নহয়। বৰঞ্চ মানুহৰ [[মস্তিষ্ক]]ৰ পৰা উদ্ভূত শাৰীৰবৃত্তিক কৰ্মৰ মাধ্যমেদিয়েই মন গঢ়ি উঠে।<ref name="Kim1">{{cite book|last=Kim|first=J.|editor=Honderich, Ted|title=Problems in the Philosophy of Mind. Oxford Companion to Philosophy|year=1995|publisher=Oxford University Press|location=Oxford}} <!--Kim, J., "Problems in the Philosophy of Mind". ''Oxford Companion to Philosophy''. Ted Honderich (ed.) Oxford:Oxford University Press. 1995.--></ref>
"https://as.wikipedia.org/wiki/মন"ৰ পৰা অনা হৈছে