ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ খন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড়ৰ মুঠ জনসংখ্যা-(১৩,২৬,৩৩৫)মুঠপুৰুষ(৬,৭৬,৪৩৪) মুঠ মহিলা(৬,৭৯,৯০১)। পুৰুষ-মহিলাৰ অনুপাত(প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে ৯৬১ গৰাকী মহিলা) জনবসতিৰ ঘনত্ব (প্ৰতি বগ কিলোমিটাৰত ৩৯২জন) সাক্ষৰতাৰ হাৰ (৭৬.০৫%) পুৰুষ (৮২.৮২%) মহিলা (৬৮.৯৯%)।ডিব্ৰুগড়ৰ মহকুমা ৩টা(মৰাণ, নাহৰকটীয়া আৰু ডিব্ৰুগড়)।ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সদৰ ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।
== ইতিহাস ==
|