ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ খন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড়ৰ মুঠ জনসংখ্যা-(১৩,২৬,৩৩৫)মুঠপুৰুষ(৬,৭৬,৪৩৪) মুঠ মহিলা(৬,৭৯,৯০১)। পুৰুষ-মহিলাৰ অনুপাত(প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে ৯৬১ গৰাকী‌ মহিলা) জনবসতিৰ ঘনত্ব (প্ৰতি বগ কিলোমিটাৰত ৩৯২জন) সাক্ষৰতাৰ হাৰ (৭৬.০৫%) পুৰুষ (৮২.৮২%) মহিলা (৬৮.৯৯%)।ডিব্ৰুগড়ৰ মহকুমা ৩টা(মৰাণ, নাহৰকটীয়া আৰু ডিব্ৰুগড়)।ডিব্ৰুগড় জিলাৰ টাউন এলেকাত পৰা ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।
 
== ইতিহাস ==
ডিব্ৰুগড় নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই জেগা প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
 
ডিব্ৰুগড় নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই জেগাডিব্ৰুগড়ত প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইতকাষত ডিবাৰুথকা ডিব্ৰু নৈৰ পাৰত এটি কিলাগড় আছিল।বনুৱা সেয়েহেহৈছিল।সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
য়ান্দাবুইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।
 
==নগৰৰ ৰূপ==
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে