ঔষধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰুদ্ধাৰ
1 নং শাৰী:
[[File:12-08-18-tilidin-retard.jpg|300px|right|কিছুমান ঔষধ।]]
'''ঔষধ''' {{En|pharmaceutical drug}} হৈছে [[ৰোগৰ কাৰণ]], [[চিকিৎসা]], আৰু [[ৰোগ]] [[প্ৰতিৰোধ]]ৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ [[দৰৱ]]।<ref>[http://www.pharmacistspharmajournal.org/2010/11/definitions-of-drug-radioactive-drug_11.html Definition and classification of Drug or Pharmaceutical Regulatory aspects of drug approval] Accessed 30 December 2013.</ref><ref>[http://www.fda.gov/opacom/laws/fdcact/fdcact1.htm US Federal Food, Drug, and Cosmetic Act, SEC. 210., (g)(1)(B).] Accessed 17 August 2008.</ref><ref>[http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=CELEX:32004L0027:EN:HTML Directive 2004/27/EC of the European Parliament and of the Council of 31 March 2004 amending Directive 2001/83/EC on the Community code relating to [[Medicine|medicinal]] products for human use. Article 1.] Published 31 March 2004. Accessed 17 August 2008.</ref> [[চিকিৎসা বিজ্ঞান|চিকিৎসা ক্ষেত্ৰ]]ত ঔষধ এটা অতি প্ৰয়োজনীয় অংগ, ঔষধীয় বিজ্ঞানৰ ক্ৰমাগত বিকাশ আৰু ঔষধালয়বোৰৰ যথাৰ্থ পৰিচালনাৰ বাবেও ঔষধ এটা প্ৰয়োজনীয় আহিলা। বিভিন্ন বেমাৰৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য বৰ্তাই ৰখা আৰু হেৰুৱা স্বাস্থ্য পুনৰোদ্ধাৰৰপুনৰুদ্ধাৰৰ বাবে বিকশিত [[স্বাস্থ্য ৰক্ষা]]ৰ উপায় হৈছে ঔষধ।
 
ঔষধবোৰ [[জীৱচিকিৎসা বিজ্ঞান]], [[জীৱচিকিৎসা অনুসন্ধান]], [[বংশগতি]] আৰু [[চিকিৎসা প্ৰযুক্তি]]ত, বিশেষভাৱে [[ঔষধীয়]] বা [[অস্ত্ৰোপচাৰ]]ৰ যোগেদি [[ৰোগৰ কাৰণ]], চিকিৎসা, আৰু ৰোগ আৰু আঘাতৰ উপাচাৰৰ বাবে ব্যৱহৃত হয়।<ref>{{cite web | url=http://dictionary.reference.com/browse/medicine | title=Dictionary, medicine | accessdate=2 December 2013}}</ref>
"https://as.wikipedia.org/wiki/ঔষধ"ৰ পৰা অনা হৈছে