কলিকতা বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{under construction}}
{{Infobox university
| name = কলিকতা বিশ্ববিদ্যালয়
Line 5 ⟶ 4:
| caption =
| motto = Advancement of Learning
| established = {{Start date and age|24 January 1857|01|24|df=yes}}
| type = ৰাজহুৱা বিশ্ববিদ্যালয়
| chancellor = পশ্চিম বংগৰপশ্চিমবঙ্গৰ ৰাজ্যপাল
| vice_chancellor = সোণালী চক্ৰৱৰ্তী বেনাৰ্জী<ref>{{cite web|title=Vice-Chancellors|url=http://www.caluniv.ac.in/about/vc.html|website=www.caluniv.ac.in|accessdate=13 November 2017}}</ref>
| city = [[কলকাতা]]
| state = [[পশ্চিম বংগপশ্চিমবঙ্গ]]
| country = [[ভাৰত]]
| nickname = চিইউ
| colors = {{color box|white}} বগা<br/>{{color box|LightSkyBlue}} আকাশী নীলা
| undergrad = ৩,৭১৫<ref name="'caluniv1"'/>
| postgrad = ১৫,৭৫০<ref name="'caluniv1"'/>
| students = ২২,৫২০<ref name="'caluniv1"'/>
| doctoral = ১,৬৩১<ref name="'caluniv1"'/>
| coor = {{coord|22|34|35|N|88|21|43|E|region:IN_type:edu|display=inline, title}}
| campus = চহৰীয়া
Line 25 ⟶ 24:
| website = {{URL|http://www.caluniv.ac.in/}}
}}
'''কলিকতা বিশ্ববিদ্যালয়''' ({{Lang-en|University of Calcutta}}) [[পশ্চিম বংগপশ্চিমবঙ্গ]]ৰ ৰাজধানী [[কলকাতা]]ত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।<ref>[http://www.higherednwb.net/universityeducation.htm Department of Higher Education, West Bengal] ''higherednwb.net''. Retrieved 6 August 2012</ref> এইখন [[এছিয়া মহাদেশ]]ৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।<ref>[https://www.caluniv.ac.in/about/Noteble.html] . Retrieved 22 September 2019</ref> ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে" 'পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়"' আৰু ৰাষ্ট্ৰীয় [[ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ]]ৰ দ্বাৰা "'"' গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] এই বিশ্ববিদ্যালয়খনক "'বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ"' আৰু "'উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়"' হিচাপে চিহ্নিত কৰিছে।<ref name="'Growth_Spiral"'>{{cite web|url=http://indiatoday.intoday.in/story/india-today-universities-rankings-2012-calcutta-university/1/189323.html|title=Calcutta University features at 3rd spot on India Today Universities Rankings 2012}}</ref><ref name="'Our_Special_Correspondent"' />
 
বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ [[কলকাতা]] মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬ খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। [[ভাৰত চৰকাৰ]]ৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাংকণ তালিকাতৰ "'২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়"'-ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।<ref>[https://www.caluniv.ac.in/NIRF_Rank_2019.pdf]. Retrieved 22 September 2019</ref><ref>[https://www.caluniv.ac.in/IT-RANKING.pdf]. Retrieved 22 September 2019</ref>
'''কলিকতা বিশ্ববিদ্যালয়''' [[পশ্চিম বংগ]]ৰ ৰাজধানী [[কলকাতা]]ত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।<ref>[http://www.higherednwb.net/universityeducation.htm Department of Higher Education, West Bengal] ''higherednwb.net''. Retrieved 6 August 2012</ref> এইখন [[এছিয়া মহাদেশ]]ৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।<ref>[https://www.caluniv.ac.in/about/Noteble.html] . Retrieved 22 September 2019</ref> ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে"পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়" আৰু ৰাষ্ট্ৰীয় [[ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ]]ৰ দ্বাৰা "এ" গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] এই বিশ্ববিদ্যালয়খনক "বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ" আৰু "উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়" হিচাপে চিহ্নিত কৰিছে।<ref name="Growth_Spiral">{{cite web|url=http://indiatoday.intoday.in/story/india-today-universities-rankings-2012-calcutta-university/1/189323.html|title=Calcutta University features at 3rd spot on India Today Universities Rankings 2012}}</ref><ref name="Our_Special_Correspondent" />
 
কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী [[অস্কাৰ বঁটা]] বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী [[নোবেলন'বেল বঁটা]] বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব।<ref>[http://www.currentscience.ac.in/Downloads/article_id_097_04_0490_0499_0.pdf CSIR–UGC National Eligibility Test: a performance indicator of basic science education in Indian universities: Inderpal, S.Chetri, A. Saini and R. Luthra, Current Science, Vol.97, No 4, 25 August 2009] ''cs-test.ias.ac.in''. Retrieved 13 August 2012</ref> কলিকত বিশ্ববিদ্যালয় [[ৰাষ্ট্ৰসংঘ]]ৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।<ref>[https://academicimpact.un.org/sites/academicimpact.un.org/files/UNAI%20MEMBERS%20LIST%20SEPTEMBER%202019.pdf] ''UNAI Members List''. Retrieved 17 September 2019</ref>
বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ [[কলকাতা]] মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬ খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। [[ভাৰত চৰকাৰ]]ৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাংকণ তালিকাতৰ "২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়"ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।<ref>[https://www.caluniv.ac.in/NIRF_Rank_2019.pdf]. Retrieved 22 September 2019</ref><ref>[https://www.caluniv.ac.in/IT-RANKING.pdf]. Retrieved 22 September 2019</ref>
 
কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী [[অস্কাৰ বঁটা]] বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী [[নোবেল বঁটা]] বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব।<ref>[http://www.currentscience.ac.in/Downloads/article_id_097_04_0490_0499_0.pdf CSIR–UGC National Eligibility Test: a performance indicator of basic science education in Indian universities: Inderpal, S.Chetri, A. Saini and R. Luthra, Current Science, Vol.97, No 4, 25 August 2009] ''cs-test.ias.ac.in''. Retrieved 13 August 2012</ref> কলিকত বিশ্ববিদ্যালয় [[ৰাষ্ট্ৰসংঘ]]ৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।<ref>[https://academicimpact.un.org/sites/academicimpact.un.org/files/UNAI%20MEMBERS%20LIST%20SEPTEMBER%202019.pdf] ''UNAI Members List''. Retrieved 17 September 2019</ref>
==তথ্য উৎস==
{{ৰেফলিষ্ট|<ref name='caluniv1'>[http://www.ugc.ac.in/stateuniversitylist.aspx?id=35&Unitype=2 CU information brochure for MSc, BTech] Retrieved 25 November 2011</ref><ref name='Our_Special_Correspondent'>{{cite web|url=http://www.telegraphindia.com/1100106/jsp/calcutta/story_11946899.jsp|title=The Telegraph - Calcutta (Kolkata) - Metro - CU makes the highest grade}}</ref>}}
{{ৰেফলিষ্ট}}
 
==বাহ্যিক সংযোগ==
* {{Commons category inline|University of Calcutta|কলিকতা বিশ্ববিদ্যালয়}}
 
[[শ্ৰেণী:বিশ্ববিদ্যালয়]]
[[শ্ৰেণী:পশ্চিমবঙ্গ]]