পদ্মাপ্ৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
9 নং শাৰী:
'''"এহিমতে সুখে যেৱে গোপাল আছন্ত ।''' '''তেৱে তান দুই জন সন্ততি ভৈলন্ত''' ।। '''কমললোচন নাম বৰ ঠাকুৰৰ''' । '''থৈলা দামোদৰ নাম কনিষ্ঠ জনৰ''' ।। '''দুইহন্তৰ ৰূপে গুণে কেহো নোহে সম ।''' '''ভৈল একজন আৰো দুহিতা উত্তম''' ।। '''তান গুণে সমস্তৰে মন সন্তোষিলা''' । '''অতি দয়াতৰে [[পদ্মপ্ৰিয়া]] নাম থৈলা ।।"'''
 
তেওঁৰআই সাহিত্যকৃতীৰপদ্মপ্ৰিয়াই বিষয়েনিজস্ব বিশেষগীত-কবিত্ব তথ্যগুণৰ পাবলৈদ্বাৰা নাইগুৰু-গৌৰৱ যদিওবিস্তাৰৰ সাহিত্যৰক্ষেত্ৰত বুৰঞ্জীতঅগ্ৰণী কিছুভূমিকা পালন তথ্যকৰা আছে,প্ৰমাণৰ পৰা তাৰপৰা জনা যায় যে আই পদ্মপ্ৰিয়া শংকৰোত্তৰ যুগৰ প্ৰথম অসমীয়া মহিলা কবি ।'''১৫৬৫ শকৰ আহিন মাহৰ শুক্লা দ্বাদশী তিথিত আই পদ্মপ্ৰিয়া তিৰোভাৱ হয়।'''
 
আই পদ্মপ্ৰিয়াৰ শিক্ষা-দীক্ষা সম্পৰ্কেও তেনে কোনো প্ৰামাণিক তথ্য পোৱা নাযায়। সেই সময়ত স্ত্ৰী শিক্ষাৰ কোনো আনুষ্ঠানিক ব্যৱস্থাও নাছিল। ষোড়শ শতিকাৰ শিক্ষা–দীক্ষা চলিছিল টোল ব্যৱস্থাৰ জৰিয়তে আৰু ছাত্ৰীৰ বাবে তাত স্থান নাছিল। [[মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱ]]ৰ তত্বাৱধানত পৰিয়ালৰ মাজত থাকি আহৰণ কৰা শিক্ষাই পদ্মপ্ৰিয়াৰ শিক্ষাৰ মূল ভেটি আছিল। সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শৰে ডাঙৰ-দীঘল হৈছিল পদ্মপ্ৰিয়াই।আই পদ্মপ্ৰিয়াই চিৰকুমাৰীব্ৰত পালন কৰিছিল।
 
পদ্মপ্ৰিয়াৰ গীতসমূহত আধ্যাত্মিক ভাৱৰ প্ৰকাশ মূৰ্তমান। তেওঁ ৰচনা কৰা গীতৰ সংখ্যা কম আছিল। কিন্তুআইৰ গীতসমূহৰ প্ৰতিপাদ্য বিষয় হ'ল সংসাৰৰ নশ্বৰতা প্ৰদৰ্শণ। দেশৰ প্ৰায় এশ শতাংশ মহিলা নিৰক্ষৰ হৈ থকা সেই সময়ত গীত-কাব্য ৰচনাৰে তেওঁ সৃষ্টিশীলতাৰ যি পথেৰে অগ্ৰসৰ হৈছিল, পিচলৈ সিয়ে অসমীয়া সাহিত্যৰ বাবে এটা অন্তহীন প্ৰেৰণাৰ বিশাল উৎস হৈ পৰিল।