পুৰুষোত্তম দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
12 নং শাৰী:
| subject = সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক
}}
''' পুৰুষোত্তম দাস''' ({{lang-en|PurusutamPurushottam Das}}) [[অসম]]ৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক৷ হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো [[আকাশবাণী গুৱাহাটী|অনাতাঁৰ কেন্দ্ৰৰ]] ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেখেতৰ উদ্যোগতে [[দিলীপ শৰ্মা]], [[সুদক্ষিণা শৰ্মা]], কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। তেখেতে [[নামনি অসম]]ত প্ৰচলিত গীতকে ধৰি [[বৰগীত]], [[লোকগীত]], [[কামৰূপী লোকগীত|কামৰূপী]] আৰু [[গোৱালপৰীয়া লোকগীত]] ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।<ref name="অসম ইয়েৰ বুক, ২০১৮">{{cite book | title=জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি: পুৰুষোত্তম দাস | publisher=জ্যোতি প্ৰকাশন | author=[[শান্তনু কৌশিক বৰুৱা]] | year=২০১৭ | isbn=9789381485828}}</ref> তেখেতে অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল৷
 
==জন্ম আৰু শিক্ষা==