ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
6 নং শাৰী:
ইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।
 
ডিব্ৰুগড় স্থিত অসমৰ লোকসভা সমষ্টি/বিধানসভা সমষ্টিসহ- ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া,ডিগবৈ। অসম তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিব্ৰুগড়ৰ ডিগবৈত অৱস্থিত।ডিব্ৰুগড়ৰ দুলীয়াজানত প্ৰাকৃতিক গেছৰ প্ৰকল্প আছে।অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰৰ প্ৰকল্প ডিব্ৰুগড়ৰৰ লেপেটকটাত আছে।ডিব্ৰুগড় জিলাৰ নামৰূপত তাপ বিদ্যুৎ প্ৰকল্প আৰু ৰাসায়নিক সাৰৰ কাৰখানা আছে।ডিব্ৰুগড় স্থিত বিমানবন্দৰটো মোহনবাৰীত আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পঞ্চমখন দলং(বগীবিল) ডিব্ৰুগড় জিলা দিয়েই উত্তৰ পাৰলৈ গৈছে।ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ ডিব্ৰুগড়তে পৰে।ডিব্ৰুগড় জিলাত বিশ্ববিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানো আছে।ডিব্ৰুগড়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানো আছে।অসমত থকা চাৰিখন ফাৰ্মাচী মহাবিদ্যালয়ৰ এখন ডিব্ৰুগড়ত আছে।ডিব্ৰুগড়ত অনাতাঁৰ কেন্দ্ৰও আছে। ডিব্ৰুগড়ৰৰ মাৰ্ঘেৰিটা,লিডুত কয়লাৰ খনি আৰু ডিগবৈ,দুলিয়াজান, নাহৰকটীয়া,হুগ্ৰীজান আৰু মৰাণত খাৰুৱা তেলৰ পুং আছে। দূৰদৰ্শনৰ ৰিলে কেন্দ্ৰ আৰু কৰা দূৰদৰ্শনৰ কেন্দ্ৰ ডিব্ৰুগড়ত আছে।আছে।উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা ভাৰতৰ ৪৬তম মূখ্য নয়াধীশ ৰঞ্জন গগৈ ডিব্ৰুগড় জিলাৰে আছিল। উৰিষ্যাত থকা জগন্নাথ মন্দিৰৰ আৰ্হিত সম্পূৰ্ণ একেধৰণেৰে ডিব্ৰুগড়তো এটা জগন্নাথ মন্দিৰ বনোৱা হৈছে।
 
 
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে