ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reverted back to older version
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{About|ডিব্ৰুগড় নগৰ|একে নামৰ জিলা|ডিব্ৰুগড় জিলা}}
{{Assam-geo-stub}}
{{Infobox Indian jurisdiction
| native_name = ডিব্ৰুগড়
| nickname=<center> ভাৰতৰ চাহৰ চহৰ
| type = নগৰ/মহকুমা
| skyline = Night_view_of_Dibrugarh.jpg
| skyline_caption = ৰাতি ডিব্ৰুগড়ৰ দ়শ্য
| latd = 27.48
| longd = 95
| locator_position = bjkbgb,mkleft
| state_name = অসম
| district = [[ডিব্ৰুগড় জিলা|ডিব্ৰুগড়]]
| region = [[উজনি অসম]]
| governing_body = [[ডিব্ৰুগড় নগৰ নিগম]]
| leader_title_1 = প্ৰতিষ্ঠিত
| leader_name_1 = 1873
| leader_title_2 = ৱাৰ্ডৰ সংখ্যা
| leader_name_2 = 22
| leader_title_3 = অধ্যক্ষ
| leader_name_3 = চন্দ্ৰ কান্ত বৰুৱা ([[ভাৰতীয় জাতীয় কংগ্ৰেছ |INC]])
| altitude = 108
| population_as_of = 2011
| population_total = 138661
 
| area_magnitude =
| area_total =66.14
| area_telephone = 0373
| postal_code = 7860XX
| vehicle_code_range = AS-06
| sex_ratio = 1000/925<ref name="pop">[url=http://www.census2011.co.in/census/city/189-dibrugarh.html Dibrugarh City Population Census 2011]</ref>
| unlocode =
| website = www.dibrugarh.nic.in
}}
 
'''ডিব্ৰুগড়''' অসমৰ অন্যতম বৃহৎ চহৰ আৰু [[ডিব্ৰুগড় জিলা]]ৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় ।<ref>[http://www.assamtourism.org/dibrugarh.php অসম পৰ্যতন]</ref> ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।
 
== ইতিহাস ==
ডিব্ৰুগড় নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই জেগা প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে