নীতি আয়োগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
| embed =
}}
'''ৰাষ্টীয় আয়োগ সংস্থা, ভাৰত''', চমুকৈ '''নীতি আয়োগ''' (National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী [[নৰেন্দ্ৰ মোদী]]য়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমুহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিব লগিয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ্যতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডাঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰিজানুৱাৰী ২০১৫ ত নীতি আয়োগৰ স্থাপনা হয় আৰু ৮ ফেব্ৰুৱাৰিতফেব্ৰুৱাৰীত প্ৰথমখন বৈঠক অনুস্থিত হয়। নীতি আয়োগৰ যোজনা সমুহসমূহ আয়োগৰ অধিকাৰি সকলে সাৰ্বজনীক ভাবে প্ৰকাশ কৰে।
 
==সদস্য==
48 নং শাৰী:
# বিশেষজ্ঞ আৰু অৰ্থনীতিৰ বিষেশ অধ্যয়ন থকা প্ৰতিষ্ঠিত লোকক বিশেষ ভাবে প্ৰধানমন্ত্ৰীৰ দাৰা নিৰ্বাচিত ব্যক্তি।
 
===পুৰ্নকালিনপূৰ্ণকালীন সদস্য===
# অমিতাভ কান্ত ( মুখ্য কাৰ্য্যকৰী বিষয়া)
# অৰবিন্দ পানগাৰিয়া ( উপাধক্ষ্য )