পোৱামক্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Hajo Powa Mecca.jpg|thumb|পোৱামক্কা]]
'''পোৱামক্কা''' ({{lang-en|Powa Makkah}}) [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[হাজো]]ৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান।<ref>{{Cite web |last=|first=|title=Powa Mecca -
Hajo|url=http://www.assaminfo.com/tourist-places/58/powa-mecca-hajo.htm}}</ref> চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে [[গিয়াচুদ্দিন|গিয়াচুদ্দিন আউলীয়াই]] কেইবাজনো আউলীয়াক লগত লৈ ইয়াত [[ইছলাম ধৰ্ম]]ৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।<ref>{{Cite web |last=|first=|title=Powa Mecca |url=http://www.bharatonline.com/assam/hajo/powa-mecca.html}}</ref>
 
"https://as.wikipedia.org/wiki/পোৱামক্কা"ৰ পৰা অনা হৈছে