পোৱামক্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
চতুৰ্থাংশ
4 নং শাৰী:
 
==নামৰ উৎপত্তি==
জনশ্ৰুতি মতে [[মক্কা]]ৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়।<ref>{{Cite web |last=কাকতি|first=দীনেশ|title= হাজো হেন নাম|url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9b99be99c-9b99c79a8-9a89be9ae}}</ref> ইয়াৰ লগতে ইছলাম ধৰ্মালম্বী সকলে পোৱামক্কা দৰ্শন কৰিলে [[চৌদি আৰৱ]]ৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্তাংশচতুৰ্থাংশ পূণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৱিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী।
 
==ইতিহাস==
"https://as.wikipedia.org/wiki/পোৱামক্কা"ৰ পৰা অনা হৈছে