অনিল ৰায়চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
8 নং শাৰী:
| birth_name =
| Parents_name =
| birth_date = {{Birth date and age|1962|08|27}}
| birth_year = ১৯৬২
| birth_place = [[বৰপেটা]], দক্ষিণহাটী, [[অসম]]
| death_date = {{Death date and age|2020|05|01|1962|08|27}}
| death_place = [[গুৱাহাটী]], অসম
| occupation = সাহিত্যিক, সমজ বিজ্ঞানী
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
21 নং শাৰী:
| period =
| genre =
| partnersubject =
| subject = সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ
| movement =
| notableworksnotable_works =
| spouse = ভাৰতী ৰায়চৌধুৰী
 
| partner =
| children =
| relatives =
Line 37 ⟶ 36:
 
 
একেধাৰে'''অনিল ৰায়চৌধুৰী''' এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, বিশ্লেষক,মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী। <ref name="অসমীয়া প্ৰতিদিন">{{cite press release | title=প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক লেখক অনিল ৰায়চৌধুৰীৰ দেহাৱসান | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে চীনস্কুলীয়া যুদ্ধৰদিনতে সময়তভাৰতৰ কাৰাবাসস্বাধীনতা খাতিছিল৷আন্দোলনত তেখেতঅংশ লৈছিল। পৰৱৰ্তী কালত সাহিত্যিক হিচাপে সুনাম অৰ্জন কৰা ৰায়চৌধুৰী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ৷গীতিকাৰ ৰায়চৌধুৰীয়েআছিল আৰু প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল৷ অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়৷<ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref> পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয় কর্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কার্যকৰী সভাপতি হিচাপে নির্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্রেপ্তাৰ হৈ কাৰাবাস খাটিছিল৷ প্রায় ৩৭ বছৰ ৬ মাহ চাকৰি কৰি ১৯৮৮ চনৰ ৩০ জুনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷<ref name="অসমীয়া খবৰ">{{cite news | title=শোষিতজনৰ মুক্তিকণ্ঠ, চিন্তাবিদ, বিশিষ্ট বাওঁপন্থী নেতা অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান | work=বাতৰি | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> তেওঁ এজন বামপণ্ঠী নেতা আছিল৷<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref>
'''অনিল ৰায়চৌধুৰী'''
একেধাৰে সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, বিশ্লেষক,মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী। <ref name="অসমীয়া প্ৰতিদিন">{{cite press release | title=প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক লেখক অনিল ৰায়চৌধুৰীৰ দেহাৱসান | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> ৰায়চৌধুৰীয়ে চীন যুদ্ধৰ সময়ত কাৰাবাস খাতিছিল৷ তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ৷ ৰায়চৌধুৰীয়ে প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল৷ অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়৷<ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref> পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয় কর্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কার্যকৰী সভাপতি হিচাপে নির্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্রেপ্তাৰ হৈ কাৰাবাস খাটিছিল৷ প্রায় ৩৭ বছৰ ৬ মাহ চাকৰি কৰি ১৯৮৮ চনৰ ৩০ জুনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷<ref name="অসমীয়া খবৰ">{{cite news | title=শোষিতজনৰ মুক্তিকণ্ঠ, চিন্তাবিদ, বিশিষ্ট বাওঁপন্থী নেতা অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান | work=বাতৰি | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> তেওঁ এজন বামপণ্ঠী নেতা আছিল৷<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref>
 
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লোৱা ৰায়চৌধুৰীয়ে পৰৱৰ্তী সময়ত [[অসম আত্মৰক্ষী ফৌজ]] আৰু [[অসম জাতীয় সভা]]ৰো নেতৃত্ব লৈছিল৷ কৃষক শ্ৰমিক আন্দোলনতো তেওঁ অংশগ্ৰহণ কৰিছিল৷ ইয়াৰবাবে তেওঁ কেইবাবাৰো জেললৈ যাব লগা হৈছিল৷ ১৯৭১ চনৰপৰা ৰায়চৌধুৰীয়ে [[নতুন পৃথিৱী]] নামৰ এখন আলোচনী সম্পাদনা কৰিছিল৷ নতুন সাহিত্য পৰিষদৰো তেওঁ প্ৰতিষ্ঠাপক সদস্য আছিল৷ পৰৱৰ্তী সময়ত তেওঁ পৰিষদৰ সম্পাদক হোৱাৰ লগতে ১৯৯৮চনত সভাপতিও হৈছিল৷<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref> ৯৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷<ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref>
 
==জন্ম==
[[বৰপেটা জিলা]]ৰ দক্ষিণহাটীৰ ৰায়পাৰা গাঁৱতগাঁৱৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৯২৬ চনত অনিল ৰায়চৌধুৰীৰ জন্ম হয়৷ দেউতাক প্ৰয়াত দেৱেন্দ্ৰ নাথ ৰায়চৌধুৰী আৰু মাক প্ৰয়াত গৌৰীবালা ৰায়চৌধুৰী।<ref name="অসমীয়া প্ৰতিদিন"/> সৰুতেই মাতৃ ঢুকোৱাত জেঠীমাকহঁতৰ লগত থাকিবলৈ লয়।
 
==শিক্ষা==
১৯৩৫ চনত দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ত ৰায়চৌধুৰীৰ শিক্ষা জীৱন আৰম্ভ হয় দক্ষিণহাটীহয়। প্ৰাথমিক বিদ্যালয়ত।বিদ্যালয় পঢ়াৰ পাছত বৰপেটা বিদ্যাপীঠত নামভৰ্তি কৰে। সেই সময়তে বৰপেটা চহৰত মদ, জুৱাৰ প্ৰকোপ বাঢ়ি অহা দেখি [[প্ৰসন্নলাল চৌধুৰী]]আৰু [[গিৰিশ চন্দ্ৰ চৌধুৰী]]ৰ নেতৃত্বত এক জনমত গঢ়ি তুলিছিল।<ref name="আমাৰ">{{cite news | title=সাহিত্যিক সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ বিয়োগ | date=২ মে' ২০২০ | agency=গি এল পাব্লিকেশ্বন্‌ছ | accessdate=11 May 2020 | location=গুৱাহাটী | pages=১, ৮}}</ref> স্বাধীনতা আন্দোলনৰ বাবে তেখেতে ১৯৪২/৪৩ চনত স্কুল বৰ্জন কৰিছিল যদিও পুনৰ ১৯৪৪ চনত প্ৰৱেশিকা পৰীক্ষাৰ আগমুহূৰ্তত বিদ্যালয়ত যোগদান কৰে। ১৯৪৪ চনত তেখেত প্ৰৱেশিকা পৰীক্ষাত অৱত্তীৰ্ণ হয় যদিও পৰীক্ষাত অনুত্তীৰ্ণ হয়। ১৯৪৫ চনত তেখেতে বৰপেটা বিদ্যাপীঠ হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। ১৯৪৭ চনত তেখেতে আই এ পৰীক্ষা পাছ কৰি যোৰহাট [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]ত বি কম পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু ১৯৪৯ চনত বি কম পৰীক্ষাত উত্তীৰ্ণ হয়। চাকৰিৰ সন্ধান আৰু এম কম পাঠ্যক্ৰম অধ্যয়নৰ মানসেৰে তেখেতে কলিকতালৈ যাত্ৰা কৰে যদিও বিফল হয় আৰু পুনৰ ১৯৭১ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিচলৈ এম কম পাঠ্যক্ৰম সম্পূৰ্ণ কৰে যদিও পৰীক্ষাত নবহাকৈ থাকে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
==কৰ্মজীৱন==
কলিকতাৰপৰা ঘূৰি আহি ৰায়চৌধুৰীয়ে বৰপেটা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰে। একে বছৰতে তেখেতে আছাম ট্ৰেডিং কো-অপাৰেটিভত কৰ্মচাৰী ৰূপে যোগদান কৰে যদিও এই চাকৰি এৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰীৰূপে যোগদান কৰে। এসময়ত এই চাকৰিও এৰি তেওঁ শ্বিলঙৰ কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক হয়। আবকাৰী পৰিদৰ্শক হিচাপে [[তিনিচুকীয়া]] আৰু [[ডিব্ৰুগড়]]তো তেখেতে কিছুদিন কাম কৰাৰ পাছত ১৯৫১ চনত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া হিচাপে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
ছাত্ৰাৱস্থাৰপৰাই তেখেত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আছিল। ১৯৪২-৪৩ চনত তেখেতে আছিল স্বাধীনতা আন্দোলনৰ ভলণ্টিয়াৰ। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পঢ়া সময়তে তেখেতে ছাত্ৰ কংগ্ৰেছ আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ জাতীয় সভাত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ জাতীয় মহাসভাৰ সম্পাদকৰ দায়িত্ব লয়। ৰাজনৈতিক জীৱনৰ সমান্তৰালকৈ তেখেতে নিজৰ লিখা-মেলাখিনিও আগুৱাই লৈ যায়। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেখেত আছিল ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক। এই সময়ছোৱাতে তেখেত লিখা মেলাৰ সৈতে জড়িত হয় আৰু আৱাহনৰ লগতে অন্যান্য আলোচনীত তেখেতৰ গল্প কবিতা প্ৰকাশ পাবলৈ ধৰে। এইখিনি সময়তে তেখেতে ১৯৫১-৫২ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৬৪ চনলৈ পাৰ্টিত তেখেতে এক উল্লেখনীয় ভূমিকাত অৱত্তীৰ্ণ হয় আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি গঠনৰ বাবে ১৩ মাহ কাৰাবাস খাটে। ১৯৬২ চনতো ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰত ৰক্ষা আইনৰ অধীনত তেখেতক ১৪ মাহৰ বাবে কাৰাৰুদ্ধ কৰি থোৱা হৈছিল।<ref name="অসমীয়া প্ৰতিদিন"/> ১৯৫২ৰ পৰা ১৯৬৪ চনৰ ভিতৰত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মী সংন্থা গঠনতো আগভাগ লয়। পৰৱৰ্ত্তী কালত অসম ৰাজ্যিক বিশ্ববিদ্যালয় কৰ্মী ফেদাৰচনফেডাৰচন গঠনত উদ্যোগ লয় আৰু এসময়ত সৰ্বভাৰতীয় কৰ্মী সংন্থাৰ সম্পাদক তথা কাৰ্য্যবাহী সভাপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰে। তেখেতে প্ৰগতিশীল সাহিত্য সংগঠন গঢ়াতো আগভাগ লয়। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষনা কৰাৰ পিছতেই চৰকাৰে তেখেতক কাৰাৰুদ্ধ কৰে। ১৯৭৭ চনত ১৯ মাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছত তেখেতে মুক্তিলাভ কৰে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
==সাহিত্যৰাজি==
অনিল ৰায়চৌধুৰীয়ে ১৯৬৭ চনত সাহিত্য জগতত প্ৰৱেশ কতে। ড° [[পৰমানন্দ ৰাজবংশী]]ৰ মতে অনিল ৰায়চৌধুৰী এজন যোদ্ধা নহয়, বোদ্ধাও। অসমৰ নৱ বৈষ্ণৱ ধৰ্ম, নামনি অসমৰ মধ্যশ্ৰেণী- এই দুখন গ্ৰন্থৰ উপৰিও অসমত বাংলাদেশী আৰু অসমীয়া ভাষা সম্পৰ্কে তেখেতে বহুখিনি মূল্যবান প্ৰৱন্ধ লিখি থৈ গৈছে। 'কাণ্ডাৰী' তেখেতৰ এখন উল্লেখযোগ্য উপন্যাস আৰু 'দুধু মিঞা' অসমৰ গল্প সাহিত্যত বিশেষ স্থান পাবৰ যোগ্য।<ref>{{cite news | title=সাহিত্য, শিল্প আন্দোলনৰ দিগদৰ্শী | work=প্ৰৱন্ধ | date=২ মে', ২০২০ | agency=অসমীয়া প্ৰতিদিন | accessdate=2 May 2020 | author=পৰমানন্দ মজুমদাৰ}}</ref> <ref name="অসমীয়া প্ৰতিদিন"/> গীতি সাহিত্যতো তেখেতৰ দখল আছিল আৰু তেখেত আকাশবাণীৰ এজন নিয়মীয়া গীতিকাৰ আছিল। ১৯৭১ চনত তেখেতৰ উদ্যোগত 'নতুন পৃথিৱী' নামৰ আলোচনীখন প্ৰকাশ পায়।<ref name="অসমীয়া প্ৰতিদিন"/> সৌমাৰজ্যোতি, আৱাহন, বৰদৈচিলা, মণিদীপা আদি আলোচনীতো তেওঁ বহু প্ৰবন্ধ লিখিছিল।<ref name="আমাৰ"/>
 
===প্ৰবন্ধ===
===গৱেষণামূলক===
*জ্যোতি চেতনা
*নামনি অসমৰ মধ্যশ্ৰেণী
*নামনি অসমৰ সামাজিক পটভূমি
Line 60 ⟶ 61:
*অসমীয়া সমাজ আৰু নৱবৈষ্ণৱবাদ
*অসমৰ সমাজ ইতিহাসত নৱবৈষ্ণৱবাদ
*অসমীয়া ভাষাৰভাষা দৰ্শন
 
===উপন্যাস===
Line 74 ⟶ 75:
==বঁটা আৰু সন্মান==
*ক্ৰান্তিকাল সাহিত্য বঁটা, ২০১৮
 
==ব্যক্তিগত জীৱন==
অনিল ৰায়চৌধুৰীৰ পত্নীৰ নাম ভাৰতী ৰায়চৌধুৰী। তেওঁৰ পুত্ৰ ভৰদ্বাজ ৰায়চৌধুৰী আৰু বিজয় ৰায়চৌধুৰী, কন্যা উৎপলা ৰায়চৌধুৰী আৰু ৰীণা ৰায়খাটনিয়াৰ।
 
==মৃত্যু==
২০২০ চনৰ ১ মে' তাৰিখে, ৯৪ বছৰ বয়সত গুৱাহাটীৰ চানমাৰিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত অনিল ৰায়চৌধুৰীৰ দেহাৱসান ঘটে। জি এম চি এইচত তেখেতে মৰোণোত্তৰ ভাবে দেহদান কৰে।<ref name="অসমীয়া খবৰ">{{cite news | title=শোষিতজনৰ মুক্তিকণ্ঠ, চিন্তাবিদ, বিশিষ্ট বাওঁপন্থী নেতা অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান | work=বাতৰি | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref>
 
==তথ্যসূত্ৰ==