ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:9D:1125:0:0:18FE:18B0 (আলোচনা)-ই কৰা 226749 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
1 নং শাৰী:
–{{About|ডিব্ৰুগড় নগৰ|একে নামৰ জিলা|ডিব্ৰুগড় জিলা}}
{{Assam-geo-stub}}
{{Infobox Indian jurisdiction
| native_name = ডিব্ৰুগড়
| nickname=<center> ভাৰতৰ চাহৰ চহৰ
| type = নগৰ/মহকুমা
| skyline = Night_view_of_Dibrugarh.jpg
| skyline_caption = ৰাতি ডিব্ৰুগড়ৰ দ়শ্য
| latd = 27.48
| longd = 95
| locator_position = bjkbgb,mkleft
| state_name = অসম
| district = [[ডিব্ৰুগড় জিলা-www.dibrugarh.gov.in|ডিব্ৰুগড়]]
| region = [[উজনি অসম]]
| governing_body = [[ডিব্ৰুগড় নগৰ নিগম]]
| leader_title_1 = প্ৰতিষ্ঠিত
| leader_name_1 = 1873
| leader_title_2 = ৱাৰ্ডৰ সংখ্যা
| leader_name_2 = 22
| leader_title_3 = অধ্যক্ষ
| leader_name_3 = চন্দ্ৰ কান্ত বৰুৱা ([[ভাৰতীয় জাতীয় কংগ্ৰেছ |INC]])
| altitude = 108
| population_as_of = 2011
| population_total = 138661
 
| area_magnitude =
ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ খন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড়ৰ মুঠ জনসংখ্যা-(১৩,২৬,৩৩৫)মুঠপুৰুষ(৬,৭৬,৪৩৪) মুঠ মহিলা(৬,৭৯,৯০১)। পুৰুষ-মহিলাৰ অনুপাত(প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে ৯৬১ গৰাকী‌ মহিলা) জনবসতিৰ ঘনত্ব (প্ৰতি বগ কিলোমিটাৰত ৩৯২জন) সাক্ষৰতাৰ হাৰ (৭৬.০৫%) পুৰুষ (৮২.৮২%) মহিলা (৬৮.৯৯%)।ডিব্ৰুগড়ৰ মহকুমা ৩টা(মৰাণ, নাহৰকটীয়া আৰু ডিব্ৰুগড়)।ডিব্ৰুগড় জিলাৰ টাউন এলেকাত পৰা ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।
| area_total =66.14
 
| area_telephone = 0373
 
| postal_code = 7860XX
ডিব্ৰুগড় নামটো'ডিব্ৰু'(এখন নদীৰ নাম) আৰু 'গড়'(প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। ডিব্ৰুগড়ত প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ কাষত থকা ডিব্ৰু নৈৰ পাৰত এটি গড় বনুৱা হৈছিল।সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
| vehicle_code_range = AS-06
ইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।
| sex_ratio = 1000/925<ref name="pop">[url=http://www.census2011.co.in/census/city/189-dibrugarh.html Dibrugarh City Population Census 2011]</ref>
 
| unlocode =
ডিব্ৰুগড় স্থিত অসমৰ লোকসভা সমষ্টি/বিধানসভা সমষ্টিসহ- ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া,ডিগবৈ। অসম তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিব্ৰুগড়ৰ ডিগবৈত অৱস্থিত।ডিব্ৰুগড়ৰ দুলীয়াজানত প্ৰাকৃতিক গেছৰ প্ৰকল্প আছে।অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰৰ প্ৰকল্প ডিব্ৰুগড়ৰৰ লেপেটকটাত আছে।ডিব্ৰুগড় জিলাৰ নামৰূপত তাপ বিদ্যুৎ প্ৰকল্প আৰু ৰাসায়নিক সাৰৰ কাৰখানা আছে।ডিব্ৰুগড় স্থিত বিমানবন্দৰটো মোহনবাৰীত আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পঞ্চমখন দলং(বগীবিল) ডিব্ৰুগড় জিলা দিয়েই উত্তৰ পাৰলৈ গৈছে।ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ ডিব্ৰুগড়তে পৰে।ডিব্ৰুগড় জিলাত বিশ্ববিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানো আছে।ডিব্ৰুগড়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানো আছে।অসমত থকা চাৰিখন ফাৰ্মাচী মহাবিদ্যালয়ৰ এখন ডিব্ৰুগড়ত আছে।ডিব্ৰুগড়ত অনাতাঁৰ কেন্দ্ৰও আছে। ডিব্ৰুগড়ৰৰ মাৰ্ঘেৰিটা,লিডুত কয়লাৰ খনি আৰু ডিগবৈ,দুলিয়াজান, নাহৰকটীয়া,হুগ্ৰীজান আৰু মৰাণত খাৰুৱা তেলৰ পুং আছে। দূৰদৰ্শনৰ ৰিলে কেন্দ্ৰ আৰু কৰা দূৰদৰ্শনৰ কেন্দ্ৰ ডিব্ৰুগড়ত আছে।উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা ভাৰতৰ ৪৬তম মূখ্য নয়াধীশ ৰঞ্জন গগৈ ডিব্ৰুগড় জিলাৰে আছিল। উৰিষ্যাত থকা জগন্নাথ মন্দিৰৰ আৰ্হিত সম্পূৰ্ণ একেধৰণেৰে ডিব্ৰুগড়তো এটা জগন্নাথ মন্দিৰ বনোৱা হৈছে।
| website = www.dibrugarh.nic.in
 
}}
 
ডিব্ৰুগড় সম্পৰ্কীয় কেইটামান ৱেবছাইটত-
অসম চিকিৎসা মহাবিদ্যালয়-www.assammedicalcollege.net
ডিব্ৰুগড় বিশ্ববিদ্যালয়-www.dibru.ac.in
অসম পুলিচ-www.assampolice.com
ডিব্ৰুগড় জিলা-www.dibrugarh.gov.in
ডিব্ৰু-চৌখোৱা-www.dibrusaikhowanationalpark.com
 
ডিব্ৰুগড়ৰ প্ৰাকৃতিক সন্দয অতি বায়েবৰণীয়া। চাৰিওফালে সেউজীয়া চাহ বাগিচাৰে আৰু গছেৰে ভৰা। কিন্তু বৰ্তমান এই সন্দয লাহে লাহে লুপ্ত হ'বলৈ ধৰিছে।
 
'''ডিব্ৰুগড়''' অসমৰ অন্যতম বৃহৎ চহৰ আৰু [[ডিব্ৰুগড় জিলা]]ৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় ।<ref>[http://www.assamtourism.org/dibrugarh.php অসম পৰ্যতন]</ref> ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।
 
== ইতিহাস ==
ডিব্ৰুগড় নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। ডিব্ৰুগড়তএই জেগা প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ কাষতঠাইত থকা ডিব্ৰুডিবাৰু নৈৰ পাৰত এটি গড়কিলা বনুৱাআছিল। হৈছিল।সেয়েহেসেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
 
ইয়ান্দাবুয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।
 
==নগৰৰ ৰূপ==
==পৰিচালনা==
==জনগাঁথনি==
==অৰ্থনীতি==
 
==জলবায়ু==
<!--Dibrugarh has a [[humid subtropical climate]] ([[Köppen climate classification]] ''Cwa'') with extremely wet summers and relatively dry winters.-->
 
{{Weather box
Line 137 ⟶ 162:
| date = August 2012}}
 
== বাহ্যিক সংযোগ==
 
{{commons category|Dibrugarh|ডিব্ৰুগড়}}
* [http://dibrugarh.ni.in ডিব্ৰুগড় জিলা ৱেবচাইট]
* [http://dibru.ac.in ডিব্ৰুগড় বিশ্ববিদ্যালয় ৱেবচাইট]
 
==তথ্যসূত্ৰ==
{{Assam-geo-stub}}
{{reflist}}
{{Articles related to Assam}}
{{অসমৰ নগৰ-মহানগৰ}}
[[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]]
[[শ্ৰেণী:ডিব্ৰুগড় জিলা]]
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে