একিলিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt) চমু প্ৰবন্ধ
 
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
1 নং শাৰী:
[[চিত্ৰ:Triumph of Achilles in Corfu Achilleion.jpg|thumb|right|300px|একিলিছে হেক্টৰৰ মৃতদেহ চোঁচৰাই ফুৰোৱাৰ দৃশ্য (অষ্ট্ৰিয়াৰ কৰ্ফু নগৰীৰ একিলিয়ন প্ৰসাদৰ এখন ফ্ৰেস্ক'ৰপৰা]]
গ্ৰীক কিংবদন্তিমতে '''একিলিছ''' ({{lang-en|Achilles}}) ({{lang-grc|Ἀχιλλεύς}}, ''Akhilleus'', {{IPA-el|akʰillěws|pron}}) হৈছে [[ট্ৰ'জান যুদ্ধ]]ৰ এজন নায়ক আৰু [[হোমাৰ]]ৰ [[ইলিয়াড|ইলিয়াদ]]ৰ শ্ৰেষ্ঠ যোদ্ধা। একিলিছক এজন উপদেৱতাৰূপে গণ্য কৰা হয়; তেওঁৰ মাক [[থেটিছ]] আছিল এগৰাকী পৰী আৰু দেউতাক [[পেলিয়াছ]] আছিল মাইৰমিডনৰ ৰজা।<ref>[[Aeschylus]], ''Prometheus Bound'' 755–768; [[Pindar]], ''Nemean'' 5.34–37, ''Isthmian'' 8.26–47; ''[[Poeticon astronomicon]]'' (ii.15)</ref>
 
একিলিছক তেওঁৰ মাতৃয়ে অমৰ কৰাৰ মানসেৰে ষ্টাইক্স নদীত ডুবাই দিছিল। এই কাৰ্যত একিলিছৰ শৰীৰ শক্তিশালী হৈ পৰে, কিন্তু মাকে ভৰিৰ গেৰোহাত ধৰি ৰখাৰ বাবে সেই অংশটো দুৰ্বল হৈ থাকি যায়।<ref>{{cite book| last = Burgess| first = Jonathan S.| title = The Death and Afterlife of Achilles| url = http://books.google.com/?id=Ko_YAAAAMAAJ&pg=PA9| accessdate = 5 February 2010| year = 2009| publisher = Johns Hopkins University Press| location = Baltimore| isbn = 0-8018-9029-2| page = 9 }}</ref> [[ট্ৰয়]]ৰ বিৰুদ্ধে যুঁজখনত একিলিছে ১২ খন কাষৰীয়া নগৰ দখল কৰিছিল। কিন্তু পিছলৈ ৰজা আগামেম্ননৰ (Agamemnon) লগত একিলিছৰ মনোমালিন্য হয় আৰু তেওঁ আৰু যুদ্ধ নকৰাৰ ঠিৰাং কৰে। তেওঁ সম্বন্ধীয়া ভায়েক পেট্ৰ'ক্লুছক নিজৰ বৰ্মখিনি পিন্ধি যুদ্ধ কৰাৰ অনুমতি দিয়ে। [[ট্ৰয়]]ৰ ৰাজকুমাৰ [[হেক্টৰ|হেক্টৰে]] (Hector) পেট্ৰ'ক্লুছক হত্যা কৰাৰ পিছত একিলিছ যুঁজলৈ উভতে। তেওঁ হেক্টৰক হত্যা কৰি ট্ৰয়ৰ চাৰিওফালে মৃতদেহটো চোঁচৰাই ফুৰায়। হোমাৰে একিলিছৰ অন্তেষ্টিক্ৰিয়াৰ উল্লেখ কৰিছে যদিও মৃত্যুৰ সবিশেষ প্ৰকশপ্ৰকাশ কৰা নাই। পিছৰ কালৰ গ্ৰীক কবি [[আৰ্কটিনাছ]]ৰ (Arctinus) ৰচনাত পোৱা যায় যে হেক্টৰৰ ভায়েক পেৰিছে ভৰিৰ একিলিছৰ ভৰিৰ গেৰোহালৈ কাঁড় নিক্ষেপ কৰি তেওঁক হত্যা কৰে।<ref name="britannica">{{cite book | title=Britannica Reference Encyclopedia | publisher=Encyclopaedia Britannica Inc. | year=2013 | location=Singapore | pages=4}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/একিলিছ"ৰ পৰা অনা হৈছে