আন্তৰ্জাতিক ধাত্ৰী দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
আৰম্ভণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
(কোনো পাৰ্থক্য নাই)

07:42, 12 May 2020ৰ সংস্কৰণ

আন্তৰ্জাতিক ধাত্ৰী দিৱস সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। আজিৰ তাৰিখত আধুনিক নাৰ্ছিং সেৱাৰ মাৰ্গদৰ্শক ফ্ল'ৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়।

আন্তৰ্জাতিক ধাত্ৰী দিৱস
পালন কৰে বিভিন্ন দেশ
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয়
তাৰিখ ১১ মে'
পৰৱৰ্তী তাৰিখ same day each year
অৱধি 1 day
সংঘটন annual