ৰবীন্দ্ৰনাথ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
| signature = Rabindranath Tagore Signature.svg
}}
'''ৰবীন্দ্ৰনাথ ঠাকুৰ'''<!--{{অডিও|Hi-Rabindranath_Tagore.ogg|'''ৰবীন্দ্ৰনাথ ঠাকুৰ'''}}--> (৭ মে, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) (২৫ বহাগব'হাগ, ১২৬৮ - ২২ শাওন, ১৩৪৮ [[বঙ্গাব্দ]]) বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে [[বাংলা সাহিত্য]]ত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ [[গীতাঞ্জলি]] কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এচিয়াএছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাবেহিচাপে <ref>[http://almaz.com/nobel/literature/1913a.html]</ref> নোবেল পুৰস্কাৰ লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বাংলা ভাষা আৰু সংস্কৃতি সমৃদ্ধ । বিশ্বৰ বাংলা ভাষাভাষীসকলৰবাংলাভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ । তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সঙ্গীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সঙ্গীত [[আমাৰ সোনাৰ বাংলা]] আৰু ভাৰতৰ জাতীয় সঙ্গীত [[জন গণ মন]] দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বাংলা ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।
 
ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁৰ জীবনৰজীৱনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ আঠ বছৰ বয়সত। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটি গল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ [[ভানুসিংহ]] ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীৱন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাবেহিচাপে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।
 
== জীবনী ==