ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
23 নং শাৰী:
}}[[File:SBI Imperial bank seal.jpg|right|thumb|alt=Seal of Imperial Bank of India.| '''ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'''ৰ মোহৰ.]]
 
১৯২০ চনত '[[ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন]]' প্ৰণয়ন কৰি [[প্ৰেছিডেন্সী বেংক]] তিনিটা একত্ৰিত কৰি ’ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া’ প্ৰতিষ্ঠা কৰা হয়৷ ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰে৷ পিছত ১৯৫৫ চনত এই 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'ক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়কৰণ কৰি '[[ষ্টেট বেংক অৱ ইণ্ডিয়া আইন]]'ৰ অধীনত [[ভাৰতীয় ষ্টেট বেংক]] হিচাপে প্ৰতিষ্ঠা কৰে৷<ref>Back In Time: The Imperial Bank Of India (State Bank Of India) Came Into Existence On This Day In 1921 | url=https://www.edtimes.in/back-in-time-the-imperial-bank-of-india-state-bank-of-india-came-into-existence-on-this-day-in-1921/ | আহৰণ কৰা হৈছে=১২ মে ২০২০</ref><ref>27 january 1921 : the imperial bank of india came into existence | url=https://www.mapsofindia.com/on-this-day/27-january-1921-the-imperial-bank-of-india-came-into-existence | আহৰণ কৰা হৈছে=১২ মে ২০২০</ref>
 
==ইতিহাস==