ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
32 নং শাৰী:
প্ৰথম প্ৰেছিডেন্সী বেংকটো হৈছে [[বেংক অৱ বেংগল]] ইয়াক ১৮০৬ চনৰ ২ জুনত প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ পাছত ১৮৪০ চনৰ ১৫ এপ্ৰিলত [[বেংক অৱ বোম্বাই]] স্থাপন কৰা হয় আৰু ১৮৪৩ চনৰ ১ জুলাইত [[বেংক অৱ মাদ্ৰাজ]] স্থাপন কৰা হয়৷
 
১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি এই প্ৰেছিডেন্সী বেংক তিনিটা ক্ৰমে- [[বেংক অৱ কলকাতা]](১৮০৬-১৯২১), [[বেংক অৱ বোম্বাই]](১৮৪০-১৯২১) আৰু [[বেংক অৱ মাদ্ৰাজ]](১৮৪৩-১৯২১)ক একত্ৰিত কৰি ’ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া’ হিচাবে প্ৰতিষ্ঠা কৰে৷ ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ আৰম্ভ কৰে৷ পিছত ১৯৫৫ চনত এই 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'ক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়কৰণ কৰি 'ষ্টেট বেংক অৱ ইণ্ডিয়া' আইনৰ অধীনত [[ভাৰতীয় ষ্টেট বেংক]] হিচাপে প্ৰতিষ্ঠা কৰে৷কৰা হয়৷
 
==পৰিচালনা==