ভাৰতীয় ষ্টেট বেংক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
| logo = [[File:SBI-logo.svg|80px]]
| type = ৰাজহুৱা
| foundation = {{Unbulleted list|২ জুন ১৮০৬, {{small|বেংক অফ কলিকতা}}|২৭ জানুৱাৰী ১৯২১, {{small|ইম্পেৰীয়েল [[ইম্পেৰিয়েল বেংক অফঅৱ ইণ্ডিয়া]]}}|১ জুলাই ১৯৫৫, {{small|ভাৰতীয় ষ্টেট বেংক}}}}
| traded_as = {{Unbulleted list|{{NSE|SBIN}}|{{BSE|500112}}|{{lse|SBID}}|[[BSE SENSEX|BSE SENSEX Constituent]]|[[CNX Nifty|CNX Nifty Constituent]]}}
| industry = [[বেংক|বেংকিং]], বিত্তীয় সেৱা
21 নং শাৰী:
'''ভাৰতীয় ষ্টেট বেংক''' (চমুকৈ '''এছ বি আই''') দক্ষিণ [[এছিয়া]]ৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় [[মহাৰাষ্ট্ৰ]]ৰ [[মুম্বাই]]ত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক। ভাৰতীয় বজাৰত সম্পত্তিৰ হিচাপত ইয়াৰ অংশ ২৩% আৰু ঋণ আৰু জমা টকাৰ বজাৰত এক চতুৰ্থাংশ।<ref>{{cite news | url=http://fortune.com/global500/state-bank-of-india/ | title=Fortune Global 500 list | accessdate=22 May 2018}}</ref><ref>{{cite news | url=https://economictimes.indiatimes.com/industry/banking/finance/banking/how-indian-financial-services-players-are-coming-to-terms-with-technological-changes/articleshow/64184172.cms | title=Away from the public gaze, State Bank of India is preparing to unleash a revolution | accessdate=22 May 2018}}</ref>
 
এই বেংক ১৮০৬ চনত বেংক অফ কলিকতা হিচাপে স্থাপিত হৈছিল। ভাৰতীয় ষ্টেট বেংক ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি বিত্তীয় প্ৰতিষ্ঠান। পিছলৈ ব্ৰিটিছ ভাৰতৰ বেংক অফ মাদ্ৰাজ আৰু দুখন "প্ৰেচিডেন্সী বেংক" ইয়াৰ লগত বিলয় হোৱাৰ পিছত বেংক অফ বোম্বে আৰু বেংক অফ কলিকতাৰ মিলনৰ ফলত ১৯২১ চনত [[ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া|ইম্পেৰীয়েল বেংক অফ ইণ্ডিয়া]] গঠন হয়। ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৫৫ চনত এই বেংক ভাৰতীয় ষ্টেট বেংক হৈ পৰে।<ref>{{cite book |author1=Rajesh |date= |title=Banking Theory Law N Practice |url=https://books.google.com/books?id=PHCQsprFST4C&pg=PA8&dq=allahabad+bank+established&hl=en&sa=X&ei=VD9YVKUQyKi5BKC8gfgB&ved=0CD0Q6AEwBw#v=onepage&q=allahabad%20bank%20established&f=false |location= |publisher=Tata McGraw-Hill Education |page=8 |isbn= |accessdate=4 November 2014}}</ref>১৯৫৫ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] [[ভাৰতীয় ৰিজাৰ্ভ বেংক]]ৰ লগত ইম্পেৰীয়েল বেংক অফ ইণ্ডিয়াৰ নিয়ন্ত্ৰণ কৰিবলৈ লয়। ভাৰত চৰকাৰে ইয়াৰ ৬০% অংশ নিজৰ লগত ৰাখি ইয়াক ভাৰতীয় ষ্টেট বেংক নামাকৰণ কৰে। ২০০৮ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অংশ খিনিও নিজৰ অধীনলৈ আনে।
 
==শেহতীয়া বঁটা আৰু সন্মান==