হিমন্ত বিশ্ব শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
50 নং শাৰী:
 
== প্ৰাৰম্ভিক জীৱন==
১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে [[কটন কলেজ]]ত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটনৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাচপাছ পৰে।কৰে। শৰ্মায়েশৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ [[গুৱাহাটী উচ্চ ন্যায়ালয়]]ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকণ্যাসুকন্যা তেওঁলোকৰ সন্তান।<ref name="profile">{{cite web |url=http://216.150.25.81/nict11/pdf/profile/himanta_biswa_sarma.pdf|title=Dr. Himanta Biswa Sarma|publisher=Government of Assam|accessdate=30 August 2012}}</ref>
 
== ৰাজনৈতিক জীৱন==