সৰ্বানন্দ সোণোৱাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎জন্ম: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
51 নং শাৰী:
 
==শিক্ষা==
সৰ্বানন্দ সোণোৱালে মুলুক গাওঁগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে৷ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ইয়াৰ লগতে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে৷<ref>Assam Tribune,24May,2016,page no-8</ref>
 
==ছাত্ৰনেতা==