সৰ্বানন্দ সোণোৱাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
57 নং শাৰী:
 
==ৰাজনৈতিক জীৱন==
সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত [[অসম গণ পৰিষদ]]ত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়৷ তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱৰ্তীৰ্ণঅৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে৷
 
সৰ্বানন্দ সোণোৱালে বিতৰ্কিত [[আই এম ডি টি আইন, ১৯৮৩|আই এম ডি টি আইনৰ]] বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়৷ যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়৷
63 নং শাৰী:
তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় সমষ্টিৰ]] সাংসদ হিচাপে কাৰ্যনিবাহ কৰে৷ ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]]ত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়৷ [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪|২০১৪ চনৰ লোকসভা নিৰ্বাচনত]] [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লখিমপুৰ সমষ্টিৰ]] পৰা নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়৷
 
[[অসম বিধানসভা নিৰ্বাচন, ২০১৬|২০১৬ চনৰ বিধানসভা নিৰ্বাচনত]] [[মাজুলী]] বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীৰ্ণঅৱতীৰ্ণ হৈ প্ৰতিদ্বন্দীপ্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ এই বিজয়ৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰে৷<ref>Assam Tribune, 24 May, 2016, page no-8</ref>
 
==তথ্য সংগ্ৰহ==