জুবিন গাৰ্গ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎বিতৰ্ক: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
41 নং শাৰী:
 
;ভূপেন হাজৰিকাৰ অন্ত্যেষ্টিক্ৰিয়া
২০১১ চনৰ ৯ নৱেম্বৰত [[গুৱাহাটী]]ৰ জালুকবাৰীত অৱস্থিত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ চৌহদত [[ভূপেন হাজৰিকা|ড° ভূপেন হাজৰিকা]]লৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল।<ref name="barnamala">{{cite web | url=http://barnamaala.blogspot.com/2011/11/blog-post_11.html | title=গায়ক জুবিনঃ আপদ জুবিন | publisher=barnamala | work=Pallav Pran Goswami. | date=NOVEMBER 11, 2011 | accessdate=January 20, 2013}}</ref> সেই অনুষ্ঠানটোত এটা হালধীয়া বৰণৰ গেঞ্জী, মুৰতমূৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে জুবিনে দেখা দিছিল। জুবিনৰ সেই পোচাকযোৰকপোছাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই কাৰ্যৰ বাবে সমগ্ৰ অসমতে তীব্ৰ তৰ্কাতৰ্কি আৰম্ভ হ'ল। অৱশেষত জুবিন গাৰ্গে ক্ষমা প্ৰাৰ্থনা বিচাৰি বিতৰ্কৰ শেষ কৰিছিল।<ref name="barnamala" />
 
;বিহু মঞ্চত হিন্দী গান