→লগতে চাওক
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
[[চিত্ৰ:Adhyatma_Ramayana_verses_1.1_–_1.14,_Brahmanda_Purana_Raghunath_Hindu_temple_library,_Sanskrit,_Devanagari_lipi.jpg|thumb|222x222px|Adhyatma Ramayana verses 1.1 – 1.14 in a ''Brahmanda Purana'' manuscript (Sanskrit, Devanagari)]]
'''ব্ৰহ্মাণ্ড পুৰাণ (সংস্কৃত : ब्रह्माण्ड पुराण, Brahmāṇḍa Purāṇa) :''' [[বেদব্যাস|মহৰ্ষি বেদব্যাস]] প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দুধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত “ব্ৰহ্মাণ্ড পুৰাণ” অন্যতম৷ মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “[[বায়বীয় পুৰাণ]]” বা “[[বায়বীয় ব্ৰহ্মাণ্ড]]” নামেৰেও উল্লেখ কৰা হৈছে৷
ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু৷ এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়৷ ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে৷ পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল৷ তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত৷
{{Quote box
|quote = শ্লোকটি হ’ল :
<poem>
'''সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী৷'''
'''পৃথিব্যাসপি কৃৎস্নায়াং স প্ৰদেশো মনোৰমঃ৷৷'''
উৎস : ''ব্ৰহ্মাণ্ড পুৰাণ''
(২||১৬||৪৩)
</poem>
অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল।
|bgcolor=coffee
|align = right
}}
==লগতে চাওক==
|