ব্ৰহ্মাণ্ড পুৰাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
'''ব্ৰহ্মাণ্ড পুৰাণ (সংস্কৃত : ब्रह्माण्ड पुराण, Brahmāṇḍa Purāṇa) :''' [[বেদব্যাস|মহৰ্ষি বেদব্যাস]] প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দুধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত “ব্ৰহ্মাণ্ড পুৰাণ” অন্যতম৷ মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “[[বায়বীয় পুৰাণ]]” বা “[[বায়বীয় ব্ৰহ্মাণ্ড]]” নামেৰেও উল্লেখ কৰা হৈছে৷
 
==ইতিহাস==
ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু৷ এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়৷<ref>ব্ৰহ্মাণ্ড পুৰাণ | প্ৰথম অধ্যায় | পৃষ্ঠা : ৭ | অসমীয়া গদ্যৰূপ (লেখক) : সুৰেন্দ্ৰ কুমাৰ দাস | আহৰণ কৰা হৈছে=১৩ মে ২০২০</ref> ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে৷ পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল৷ তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত৷