সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
22 নং শাৰী:
*'''আহত :''' আঘাত, কোব, মাৰ, প্ৰহাৰ।
*'''আবেদন :''' দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
*'''আৰাও :''' মাত, চিঞৰ, শব্দ। শব্দ৷
===ই===
*'''ইচ্ছা :''' আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।
 
===ঈ===
*'''ঈশ্বৰ :''' নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগ‍‍‍‍ৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।