ৰত্নকান্ত বৰকাকতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

স্পেচ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
7 নং শাৰী:
| pseudonym =
| birth_date = {{birth date|df=yes|1897|06|20}}
| birth_place = ঢিঙ, [[নগাঁও জিলা]], [[অসম]]
| death_date =১৯৬৩ চন
| death_place =
16 নং শাৰী:
| subject = <!--Plight of the dispossessed (needs link. this editor couldn't quite find one easily at december 21, 2009 in [[India]] and abroad-->
| movement =
|notableworks = -''শেৱালি (কবিতা পুথি)''</br> -''তৰ্পণ (কবিতা পুথি)''
| influences =
| influenced =
24 নং শাৰী:
}}
 
'''ৰত্নকান্ত বৰকাকতী''' ({{lang-en|Ratnakanta Borkakati}}) জন্ম:১৮৯৭- মৃত্যু:১৯৬৩) হৈছে [[অসমীয়া সাহিত্য]]ৰ [[নৱন্যাস যুগ]]ৰ আন এক জনপ্ৰিয় কবি৷ তেওঁক ''শেৱালী কবি'' উপনামেৰে জনা যায় ৷ নৱন্যাসিক যুগৰ আন আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে ৷ শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত সৃষ্ট অনুপম অনুভূতিৰ প্ৰেৰণা দেখা পোৱা যায় তেওঁৰ কবিতাত ৷ সৰলতা আৰু নিমজ গতিৰ ছন্দসজ্জা তেওঁৰ কবিতাৰ যোগাত্মক দিশ ৷ বৰকাকতী যদিও প্ৰেমৰ কবি তেওঁৰ কবিতাৰ মাজত ৰহস্যবাদী সুৰ এটাও ৰিণিকি ৰিণিকি ভাহি উঠা দেখা যায় ৷ কিন্তু সেই ৰহস্যবাদ কেৱল ভগৱৎ প্ৰেম আৰু আধ্যাত্মিক অনুভূতিৰে সিক্ত হৈ থকা নাই ৷ সমগ্ৰ বিশ্বৰ মাজত প্ৰতিভাত হৈ থকা অন্তহীন সৌন্দৰ্য আৰু মানুহৰ হৃদয়ত থকা অসীম প্ৰেম তেওঁৰ ৰহস্যবাদী চিন্তাধাৰাৰ উৎস ৷ তেওঁৰ কবিতাসমূহত দাৰ্শনিক চিন্তাস্ৰোতৰ ইন্ধনো সামান্য পৰিমাণে দেখিবলৈ পোৱা যায় ৷ তেওঁৰ কবিতাসমূহক নিৰ্মাণধৰ্মীতাৰে সুন্দৰকৈ সজাই-পৰাই অতুলনীয় কৰি তুলিছে ৷ বৰকাকতীৰ কবিতাৰ ছন্দৰ অন্যতম বৈশিষ্ট হৈছে শ্বাসাঘাত ৷ তেওঁৰ কোনো কোনো কবিতাত [[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ]]ৰ কবিতাৰ প্ৰভাৱ দেখা যায় যদিও সি বৰকাকতীৰ কবিতাৰ স্বকীয়তাক ম্লান কৰিব পৰা নাই ৷ ''বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, ছয়াময়া, তাজমহল'' আদি তেওঁৰ জনপ্ৰিয় কবিতা সমূহৰ অন্যতম দুটামান কবিতা ৷
 
==জন্ম==