চাৰ্লি চেপলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{তথ্যছক লেখক | bgcolour = lightgray | name = চাৰ্লি চেপলিন | image = Charlie Chaplin.jpg | imagesize = 2...
 
No edit summary
21 নং শাৰী:
 
১৯৯৯ চনত [[আমেৰিকাৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানে]]( American Film Institute) চাৰ্লি চেপলিনক সৰ্বকালৰ দশম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা হিছাপে অভিহিত কৰে <ref>{{cite web|url=http://www.afi.com/tvevents/100years/stars.aspx|archiveurl=http://web.archive.org/web/20080822055357/http://www.afi.com/tvevents/100years/stars.aspx|archivedate=22 August 2008|title=AFI's 100 YEARS...100 STARS|date=Wed, 16 June 1999|publisher=American Film Institute|accessdate=4 June 2010}}</ref> | ২০০৮ চনত মাৰ্টিন চেফে [[Chaplin: A Life]] গ্ৰন্থৰ সমালোচনা কৰিবলৈ গৈ লিখে যে-"চেপলিন কেৱল ‘ডাঙৰেই’ নাছিল, তেওঁ ‘বৃহত্‍’ আছিল | ১৯১৫ চনত যুদ্ধবিধ্বস্ত পৃথিৱীত প্ৰৱেশ কৰি তেওঁ আমাক হাস্যৰস, হাঁহি আৰু স্বস্তিৰ উশাহ ল’বলৈ দিছিল | ইয়াৰ পিছৰ ২৫ বছৰ নিৰাশাৰ সময়্ত আৰু আল্ডফ হিটলাৰৰ অভ্যুথানৰ সময়তো তেওঁ নিজৰ কাম কৰি গৈছিল | আন কোনো ব্যক্তিয়ে যে সাধাৰণ ৰাইজক তেওঁলোকৰ সকলোতকৈ প্ৰয়োজনীয় সময়ত ইমান মনোৰঞ্জন, সুখ আৰু স্বস্তি দিছে তাত সন্দেহ আছে |""<ref name=Sieff>Sieff, Martin.[http://washingtontimes.com/news/2008/dec/21/his-gift-of-comedy-for-a-weary-world/ ''Washington Times -Books''] 21 December 2008</ref> [[জৰ্জ বাৰ্নাড শ্ব’]]ই চেপলিনক "চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ জিনিয়াছ" আখ্যা দিছিল <ref>{{cite news|url=http://www.independent.co.uk/news/people/news/the-big-question-does-charlie-chaplin-merit-a-museum-in-his-honour-and-what-is-his-legacy-1826871.html |title=The Big Question: Does Charlie Chaplin merit a museum in his honour, and what is his legacy? – News, People |work=The Independent |location=UK | |date= 25 November 2009|accessdate=21 April 2010 | first=John | last=Walsh|archiveurl = http://www.webcitation.org/5uKhVAkON |archivedate = 18 November 2010|deadurl=no}}</ref> |
 
==তথ্যসূত্ৰ==
{{reflist}}
[[Category:জীৱনী]]