ৰাজ্যসভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Update
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা
2 নং শাৰী:
 
{{Infobox Parliament
|name = ৰাজ্যসভা
| background_color = #BC0101
| text_color = #FFFFFF
|coa_pic = Emblem_of_India.svg
|coa_res = 108px
|session_room = Rajyasabha.jpg
|house_type = উচ্চ সদন
|body = ভাৰতৰ সংসদ
|leader1_type = [[ভাৰতৰ উপৰাষ্ট্ৰপতি|সভাপতি]]<br>
|leader1 = [[এম ভেঙ্কায়াহ নাইডু]]
|party1 = ভাৰতীয় জনতা পাৰ্টী
|election1 = ১১ আগষ্ট, ২০০১৭ <ref>{{cite web|title=Hon'ble Chairman, Rajya Sabha, Parliament of India|url=http://164.100.47.5/Chairman-Rajyasabha/Default.aspx|publisher=rajyasabha.nic.in|accessdate=19 August 2011}}</ref>
| leader2_type = [[ৰাজ্যসভাৰ ডেপুটি চেয়াৰমেন|ডেপুটি চেয়াৰমেন]]
| leader2 = [[পি জে কুৰিয়েন]]
| party2 = [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছ]]
| election2 = ২১ আগষ্ট, ২০১২ <ref>{{cite web|title=Deputy Chairman, Rajya Sabha, Parliament of India|url=http://164.100.47.7/deputychairman/|accessdate=19 August 2011}}</ref>
| leader3_type = সভাৰ নেতা
| leader3 = [[অৰুণ জেটলী]]
| party3 = [[ভাৰতীয় জনতা পাৰ্টী|বি জে পি]]
| election3 = ২ জুন ২০০৪<ref name="Rajya Sabha">{{cite web|title=RAJYA SABHA - AN INTRODUCTION|url=http://rajyasabha.nic.in/rsnew/about_parliament/rajya_sabha_introduction.asp|publisher=rajyasabha.nic.in|accessdate=19 August 2011}}</ref>
| leader4_type = বিৰোধী নেতা
| leader4 =[[গোলাম নবী আজাদ]]
| party4 = [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছ]]
| election4 = ৮ জুন ২০১৪<ref name="Rajya Sabha">{{cite web|title=RAJYA SABHA - AN INTRODUCTION|url=http://rajyasabha.nic.in/rsnew/about_parliament/rajya_sabha_introduction.asp|publisher=rajyasabha.nic.in|accessdate=19 August 2011}}</ref>
|members = ২৫০ জন (২৩৮ নিৰ্বাচিত + ১২ জন মনোনীত)
|political_groups1 = [[সংযুক্ত প্ৰগতিশীল মৰ্চা]]<br>[[জাতীয় গণতান্ত্ৰিক মৰ্চা ]]<br>[[বামফ্ৰন্ট]]
|election3 =
|meeting_place = ৰাজ্যসভা কক্ষ, [[সংসদ ভৱন]], সংসদ মাৰ্গ, [[নতুন দিল্লী]]
|website = [http://rajyasabha.nic.in rajyasabha.nic.in]
}}
 
'''ৰাজ্যসভা''' হৈছে [[ভাৰতীয় সংসদ]]ৰ উচ্চ সদন। [[ভাৰতৰ উপ-ৰাষ্ট্ৰপতি]] হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।
 
==সদস্য সংখ্যা==
ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক [[ভাৰতৰ ৰাষ্ট্ৰপতি|ৰাষ্ট্ৰপতি]]য়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ [[বিধানসভা]]ৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ [[ভাৰতৰ প্ৰধান মন্ত্ৰী | প্ৰধান মন্ত্ৰী]]ৰ পৰামৰ্শ মতে মনোনীত কৰে।
 
== সদস্য হোৱাৰ যোগ্যতা ==
সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ [[ভাৰত|ভাৰতীয় প্ৰজাতন্ত্ৰৰ]] নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে।
 
==কাৰ্যকাল==
ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।
 
== ক্ষমতা আৰু দায়িত্ব ==
ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা [[লোকসভা]]ৰ দৰেই ।দৰেই। অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।
 
===দল অনুযায়ী সদস্যপদ===
ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল।<ref>[http://164.100.47.5:8080/members/PartyPosition.asp Source: Election Commission of India]</ref>
{| class="wikitable" border="1"
|-
97 নং শাৰী:
|-
|align=left rowspan=6 valign=top | তৃতীয় ফ্ৰন্ট<br/>'''আসন:''' ৩৪
|align=left| [[ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)]]
| ১৩
|-
112 নং শাৰী:
| ৪
|-
|align=left| [[সাৰা ভাৰত ফৰৱাৰ্ড ব্লক]]
| ১
|-
131 নং শাৰী:
| ১
|-
|align=left| [[ছিক্কিম ডেমোক্ৰেটিক ফ্ৰন্ট]]
| ১
|-
"https://as.wikipedia.org/wiki/ৰাজ্যসভা"ৰ পৰা অনা হৈছে