ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ Removing Link GA template (handled by wikidata) |
SlowPhoton (আলোচনা | বৰঙণি) অ নিকাকৰণ বট পৰীক্ষা |
||
5 নং শাৰী:
(International Classification of Diseases (ICD))
১৮৫০ চনৰ পৰাই ৰোগ সমূ্হক অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰেই ১৮৯৩ চনত প্ৰথমে 'আন্তৰ্জাতিক পৰিসংখ্যা প্ৰতিষ্ঠান'-এ (International Statistical Institute) প্ৰথমে 'মৃত্যুৰ কাৰণৰ তালিকা' (List od Causes of Death) প্ৰকাশ কৰে। এই তালিকাৰ ষষ্ঠ সংশোধনী 'বিশ্ব স্বাস্থ্য সংঘ'ৰ (World Health Organization) তত্বাৱধানত প্ৰকাশ কৰা হয়। ইয়াৰ নাম দিয়া হয় 'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন' (International Classification of Diseases, চমুকৈ ICD)
১৯৯০ চনত 'বিশ্ব স্বস্থ্য সদন'-এ ICD-ৰ দশম সংষ্কৰণ প্ৰস্তুত কৰে আৰু ১৯৯৪ চনৰপৰা সংঘ ৰাষ্ট্ৰসমূহৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। বৰ্তমানেও এই সংষ্কৰণকে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে একাদশ সংষ্কৰণৰ কাম এতিয়া চলি আছে।
ICD-য়ে সকলো ৰোগ, স্বাস্থ্য পৰিচালনাৰ বিভিন্ন দিশ আৰু ৰোগী চিকিৎসাৰ সমূহ দিশকে সাঙুৰিলৈ নিৰ্দিষ্ট নিয়মেৰে শ্ৰেণিবিভাজন আৰু নামকৰণ কৰে। ৰোগৰ চিকিৎসা, চিকিৎসা সম্পৰ্কীয় ব্যয় নিৰ্ধাৰণ, ৰোগবিধত হোৱা শাৰীৰিক ক্ষতি ইত্যাদি এই বিভাজনৰ আধাৰতে নিৰ্ণয় কৰা হয়। 'মৃত্যৰু প্ৰমাণপত্ৰ'ত ICD-পদ্ধতিৰে ৰোগ চিনাক্ত কৰি দিয়াটো বাধ্যতামূলক।
18 নং শাৰী:
অধ্যায়. গোট শিৰোনামা
* I
*II
*III
*IV -
*V
*VI
*VII
*VIII -
*IX
*X
*XI
*XII
*XIII
*XIV
*XV
*XVI
*XVII
*XVIII
*XIX
*XX
*XXI
*XXII
===ICD দশম সংষ্কৰণ মতে ৰোগ চিহ্নিত কৰাৰ নিয়ম===
যিকোনো ৰোগৰ বাবে ওপৰোক্ত প্ৰতিটো অধ্যায়তে উল্লেখিত মতে সংকেত প্ৰয়োগ কৰা হয়। মূল অধ্যায়ত থকা প্ৰথম আখৰটোৱে সেই অধ্যায়টো সূচায়। দ্বিতীয় আৰু তৃত্বীয় সংখ্যা দুটাই এটা বিশেষ ৰোগক আৰু সেই ৰোগৰ বিশেষ অৱস্থা বুজাবলৈ কেতিয়াবা পাছত আন দুটা সংখ্যা ব্যৱহাৰ কৰা হয়।
উদাহৰণ স্বৰূপে, 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগৰ বাবে সংকেত হৈছে:
B51.0 মানে হ'ব '' 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগ, আৰু এই ৰোগৰ বাবে প্লীহা ফাঁটি যোৱা অৱস্থা। ''
B51.9 মানে হ'ব '' 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগ, কোনো জটিলতা নাই। ''
কিছুমান ৰোগৰ বাবে এটা পঞ্চম সংখ্যাও যোগ দিয়াৰ ব্যৱস্থা আছে।
==ৰোগ শ্ৰেণীবিভাজনৰ অন্যান্য নিয়ম==
বিশ্ব স্বাস্থ্য সংস্থাৰ বাহিৰেও অন্যান্য সংস্থাইও নিজাকৈ ৰোগৰ শ্ৰেণী বিভাজনৰ বাবে পদ্ধতি তৈয়াৰ কৰিব পাৰে। উদাহৰণ স্বৰূপে [[মনোৰোগ বিজ্ঞান|মানসিক ৰোগ]]ৰ শ্ৰেণী বিভাজনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত DSM (Diagnostic and Statistical Manual for classification of mental illness) ব্যৱহাৰ কৰা হয়। বৰ্তমান DSM - IV (চতুৰ্থ সষ্কৰণ) চলি আছে।
==তথ্যসূত্ৰ==
{{reflist}}
*http://www.who.int/classifications/icd/en/
*http://www.who.int/classifications/icd/en/HistoryOfICD.pdf আহৰণ কৰা তাৰিখ: ৭ আগষ্ট, ২০১১
*http://apps.who.int/classifications/apps/icd/icd10online/ আহৰণ কৰা তাৰিখ: ৭ আগষ্ট, ২০১১
69 নং শাৰী:
* [http://www.cdc.gov/nchs/icd/icd10cm.htm ICD-10-CM] (USA – modification) at [[Centers for Disease Control and Prevention]]
* [http://sites.google.com/site/icd11revision/home ICD-11 Revision] (WHO)
* [http://www.ecodingnow.com/OnlineCodes/OnlineCodes/i9toi10.html
* [http://www.icd9coding.com
* [https://drchrono.com/public_billing_code_search/ Free ICD-9-CM Code search]
* [http://www.supercoder.com/sign-up-codesets/
* [http://www.knd.com]
* [http://www.mooto.com]
|