ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q35127 (translate me)
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সাহায়ত
1 নং শাৰী:
[[File:Sakori.Org-Assam.png|thumb|right|240px|[[উত্তৰ-পূৰ্বাঞ্চল]]ৰ ছাত্ৰ-ছাত্ৰীয়ে [[চাকৰি]]ৰ [[বিজ্ঞাপন]]ৰ সন্ধান কৰিবলৈ sakori.org নামৰ এটা ৱেবছাইট]]
 
'''ৱেবছাইট''' ({{lang-en|website}})<ref>{{cite web|url=http://www.thefreedictionary.com/Website |title=website - definition of website by the Free Online Dictionary, Thesaurus and Encyclopedia |publisher=Thefreedictionary.com |date= |accessdate=2011-07-02}}</ref> যিকোনো [[ৱেব চাৰ্ভাৰ|ৱেব চাৰ্ভাৰত]] ৰখা [[ৱেব পেজ]], ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি [[ইণ্টাৰনেট|ইণ্টাৰনেটৰ]] মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইন্টাৰনেটইণ্টাৰনেট নাইবা ব্যক্তিগত [[লোকেল এৰিয়া নেটৱ'ৰ্ক]] (LAN)-অত উপলব্ধ। ইয়াক কোনো [[ৱেব চাৰ্ভাৰ]]ৰ পৰা হ'ষ্ট কৰা হয় । সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "[[ৱৰ্ল্ড ৱাইড ৱেব]]" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।
 
ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য [[মাৰ্কাপ এংকৰ]]ৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয় ।
 
ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় । URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু [[হাইপৰলিংক]]ৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে । কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় । তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, [[ভিডিঅ’ গেম]]ৰ ৱেবছাইট, [[ফাইল]] ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, [[ই-মেইল]] যুক্ত ৱেবছাইট, [[চ’চিয়েল নেটৱ’ৰ্কিং]] ৱেবছাইট, [[ষ্ট’ক মাৰ্কেট]]ৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায় ।
==ইতিহাস==
চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি [[টিম বাৰ্নাৰ্ছ লী]]<ref name='First page'>{{cite web | url=http://info.cern.ch/ |title=The website of the world's first-ever web server |accessdate=2008-08-30}}</ref>য়ে ১৯৯০ চনত [[ৱৰ্ল্ড ৱাইড ৱেব]] গঠন কৰিছিল । ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্য বুলি ঘোষনা কৰিছিল । <ref name='w3c'>{{cite web|url=http://www.w3.org/History.html |title=A Little History of the World Wide Web |accessdate=2007-02-16 |last=Cailliau |first=Robert }}</ref>
==সামগ্ৰিক নিৰীক্ষন==
প্ৰকাৰ অনুসৰি ৱেবছাইট সমুহকসমূহক এনেদৰে ভাগ কৰিব পাৰি
* ব্যক্তিগত ৱেবছাইট
* বাণিজ্যিক ৱেবছাইট
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে