লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

যুঁজ,
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{about|আহোম সাম্ৰাজ্যৰ সেনাপতিজন}}
{{Infobox person
| name = লাচিত বৰফুকন
| image = Lachit Barphukan's maidam2.JPG
| caption =
| birth_name = লাচিত
| birth_date = ২৪ নবেম্বৰ, ১৬২২
| birth_place = ছেং-লুঙ-মুঙ , চে-ৰাই-ডয়
| disappeared_date = <!-- {{Disappeared date and age|YYYY|MM|DD|YYYY|MM|DD}} (disappeared date then birth date) -->
| disappeared_place =
| disappeared_status =
| death_date = ১৬৭১
| death_place =
| death_cause =
| body_discovered =
| resting_place = হোলোঙাপাৰ, [[যোৰহাট জিলা|যোৰহাট]], অসম
| resting_place_coordinates = <!-- {{Coord|LAT|LONG|type:landmark|display=inline}} -->
| monuments = লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি
| residence =
| nationality = অসমীয়া
| other_names =
| ethnicity = [[আহোম জনগোষ্ঠী|টাই আহোম]]
| citizenship =
| education =
| alma_mater =
| occupation =
| years_active =
| employer =
| organization =
| employer =
| agent =
| organization =
| known_for = ফুকনলুং
| agent =
| notable_works = ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ সেনাপতিৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল
| known_for = ফুকনলুং
| style =
| notable_works = ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ সেনাপতিৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল
| influences =
| style =
| influenced =
| influences =
| home_town = চে-ৰাই-ডয়
| influenced =
| salary =
| home_town = চে-ৰাই-ডয়
| net_worth = <!-- Net worth should be supported with a citation from a reliable source -->
| salary =
| height = <!-- {{height|m=}} -->
| net_worth = <!-- Net worth should be supported with a citation from a reliable source -->
| height weight = <!-- {{heightconvert|m=weight in kg|kg|lb}} -->
| television =
| weight = <!-- {{convert|weight in kg|kg|lb}} -->
| title =
| television =
| term =
| title =
| predecessor =
| term =
| successor =
| predecessor =
| party =
| successor =
| movement =
| party =
| opponents =
| movement =
| boards =
| opponents =
| religion = [[আহোম ধৰ্ম]], ফুৰালুং
| boards =
| criminal_charge denomination = <!-- Criminality parametersDenomination should be supported with citationsa citation from a reliable sourcessource -->
| religion = [[আহোম ধৰ্ম]], ফুৰালুং
| denomination criminal_charge = <!-- DenominationCriminality parameters should be supported with a citationcitations from a reliable sourcesources -->
| criminal_penalty =
| criminal_charge = <!-- Criminality parameters should be supported with citations from reliable sources -->
| criminal_status =
| criminal_penalty =
| spouse =
| criminal_status =
| partner =
| spouse =
| children =
| partner =
| parents = ম'-মাই তামুলীতামোলী বৰবৰুৱা
| children =
| relatives = ভাতৃ - মবাও-লাও আৰু লাপেট-লাও,ভগ্নী -লাইছেং
| parents = ম'-মাই তামুলী বৰবৰুৱা
| callsign =
| relatives = ভাতৃ - মবাও-লাও আৰু লাপেট-লাও,ভগ্নী -লাইছেং
| awards =
| callsign =
| signature =
| awards =
| signature_alt =
| signature =
| signature_size =
| signature_alt =
| module =
| signature_size =
| module2 =
| module =
| module3 =
| module2 =
| module4 =
| module3 =
| module5 =
| module4 =
| module6 =
| module5 =
| website = <!-- {{URL|Example.com}} -->
| module6 =
| footnotes =
| website = <!-- {{URL|Example.com}} -->
| box_width =
| footnotes =
| box_width =
}}
'''লাচিত বৰফুকন''' ({{lang-en|Lachit Borphukan}}) আছিল [[অসম]]ৰ [[আহোম সাম্ৰাজ্য]] এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল [[মোগল]] সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। [[শৰাইঘাটৰ যুদ্ধ]]ত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে [[অসম বুৰঞ্জী|অসমৰ বুৰঞ্জী]]ত তেখেতৰ নাম জিলিকি আছে।
 
== চমু জীৱনী ==
তেখেতৰ জন্ম, তাৰিখ, ২৪ নবেম্বৰ, ১৬২২। তেওঁৰ দেউতাক আছিল ম'-মাই তামুলীতামোলী যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-মাই তামূলীৰ সপ্তম পুত্ৰ (চতুৰ্থজন জিৱিত সন্তান)<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref>। তেখেতৰ ভাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং।<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> জন্মসূত্ৰে তেওঁৰ নাম লা-চিত।{{citation needed}}
<!--[[চিত্ৰ:NDA pics 014.jpg|thumb|right|300px|লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি]]-->
 
92 নং শাৰী:
"চাওফাৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে "
</blockquote>
<ref>ভূঞা, সূৰ্য্য কুমাৰ, ৰায়-বাহাদুৰ, M.B.E.,M.A.,B.L.(কলিকতা), Ph.D. ''Lachit Barphukan and his times''</ref>। তাৰ পিচতেই লাচিতক ফুকনলুংৰ ভাৰ দিয়া হৈছিল। ফুকলুংন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাওফাৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। চাওফাৰ সমুখত আঠুআঁঠু ল'ব ধৰোতেইধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মুৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাওফাই এইটো পৰিকল্পিত ভাবে কৰোৱাইছিল। লাচিতৰ স্বাভাবিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। চাওফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যাদাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। চাওফা [[চুপুংমুং]]ই লাচিতক এখন সোনোৱালীসোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰিলে। লাচিতে দেহে কেহে খাটি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষনপ্ৰশিক্ষণ দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে।
[[চিত্ৰ:Lachit Barphukan's maidam.JPG|thumb|right|300px|[[যোৰহাট]]ৰ হোলোংপাৰাত অৱস্থিত লাচিত বৰফুকন মৈদাম সন্মূখভাগসন্মুখভাগ]]
 
== সাহসৰ অন্তিম নিদৰ্শন ==
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওঁকযাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।"কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
 
== লাচিত বৰফুকনৰ মৃত্যু ==
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “[[লাচিত মৈদাম]]” নিৰ্মাণ কৰে।
 
== বান-লা-চিত (লাচিত-দিৱস) ==
প্ৰতিবছৰে ২৪ [[নৱেম্বৰ]]ৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু [[শৰাইঘাটৰ যুদ্ধ]]ত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত বান-লা-চিত (লাচিত-দিৱস) ({{lang-en|Lachit Day}}) হিচাপে পালন কৰা হয়<ref>http://www.hvk.org/articles/0801/92.html</ref>।