ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

'ভাষাটো'ৰ সলনি 'ভাষাতো ' কৰা হৈছে | ব্যাকৰণগত ভুল আছিল |
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{ infobox writer
| name =ইন্দ্ৰধেনুৰ কবি
ডিম্বেশ্বৰ নেওগ
| image = Dimbeswar Neog.jpg
| imagesize =
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ৭ আগষ্ট, ১৮৯৯
| birth_place = কমাৰদফীয়া গাঁও, [[শিৱসাগৰ জিলা|শিৱসাগৰ]], [[অসম]]
| death_date = ১১ নৱেম্বৰ, ১৯৬৬
| death_place =
| resting_place =
| occupation = সাহিত্যিক, সাহিত্য গৱেষক, সমালোচক আৰু শিক্ষক
| language = [[অসমীয়া]]
| nationality = ভাৰতীয়
| ethnicity =
| citizenship = {{flagicon|India}} [[ভাৰত]]
| education =
| alma_mater =
| period =
| genre =
| genre subject =
| movement = [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]
| subject =
| notableworks =
| movement = [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]
| spouse = [[আজলীতৰা নেওগ]]
| notableworks =
| partner =
| spouse = [[আজলীতৰা নেওগ]]
| children = ৭ (সাত)
| partner =
| relatives = মানিকমাণিক চন্দ্ৰ নেওগ (পিতৃ)
চন্দ্ৰপ্ৰভা নেওগ (মাতৃ)
[[বেণুধৰ ৰাজখোৱা]] (শহুৰ)
| children = ৭ (সাত)
| influences =
| relatives = মানিক চন্দ্ৰ নেওগ (পিতৃ)
চন্দ্ৰপ্ৰভা নেওগ (মাতৃ)
[[বেণুধৰ ৰাজখোৱা]] (শহুৰ)
| influences influenced =
| influenced awards =
| awards signature =
| signature =
| signature_alt =
| website = [http://dimbeswarneog.com/ www.dimbeswarneog.com]

'''ডিম্বেশ্বৰ নেওগ''' ({{lang-en|Dimbeswar Neog}}) (১৮৯৯ -১৯৬৬) [[অসম|অসমৰ]] এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল<ref name="ডিম্বেশ্বৰ নেওগ"/><ref name="bipuljyoti">{{cite web | url=http://www.bipuljyoti.in/authors/dimbeswar.html | title=Scholar Par Excellence: Dembeswear Neog | accessdate=December 19, 2012 | author=Pranavsvarup Neog}}</ref>। মূলতঃ [[অসমীয়া ভাষা|অসমীয়া]] ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে [[ইংৰাজী ভাষা]]তো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৪ চনৰ [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক [[অসমীয়া সাহিত্য]]ত '''ইন্দ্ৰধেনুৰ কবি''' বুলিও জনা যায়<ref name="poemhunter">{{cite web | url=http://www.poemhunter.com/dimbeswar-neog/biography/ | title=Biography of Dimbeswar Neog | publisher=poemhunter.com website | accessdate=December 19, 2012}}</ref>।

== জন্ম==
ডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত [[শিৱসাগৰ জিলা]]ৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল।<ref name="ডিম্বেশ্বৰ নেওগ">{{cite web | url=http://dimbeswarneog.com/index.php/7-home/1-dimbeswar-neog-his-life-and-works | title=His Life and Works | publisher=ডিম্বেশ্বৰ নেওগ স্মৃতি ন্যাস | accessdate=২০১২-১২-১৯ | author=[[ভৱানন্দ ডেকা]]}}</ref> তেখেতৰ পিতৃৰ নাম আছিল মানিকমাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ<ref name="poemhunter"/>।

==শিক্ষা আৰু কৰ্ম জীৱন==
নেওগ এজন মেধাৱী ছাত্ৰ আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়। শিক্ষাৰ্থী জীৱনৰ আৰম্ভনিৰআৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে{{cn}}। ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে<ref name="bipuljyoti"/>। তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই তেখেতে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।

==বিবাহ, পৰিয়াল==
ডিম্বেশ্বৰ নেওগৰ [[বিবাহ]] সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক [[বেণুধৰ ৰাজখোৱা]]ৰ জীয়েক [[আজলীতৰা ৰাজখোৱা]]ৰ লগত সম্পন্ন হয়<ref name="poemhunter"/>। ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল<ref name="poemhunter"/>।

== মৃত্যু ==
দীৰ্ঘসময় শাৰিৰীকশাৰীৰিক অসুস্থতাত ভূগাৰভোগাৰ পাছত [[অসম চিকিৎসা মহাবিদ্যালয়]]ত চিকিৎসাধীন অৱস্থাত ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়<ref name="ডিম্বেশ্বৰ নেওগ"/><ref name="poemhunter"/>।

== সাহিত্য জগতত তেখেতৰ অৱদান ==
[[File:Dimbeswar Neog presiding Asam Sahitya Sabha Session.jpg|thumb|ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভা অধিবেশনত ভাষনভাষণ প্ৰদান কৰা অৱস্থাত তোলা এখন চিত্ৰ]]
নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] সভাপতি<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>, প্ৰধান সম্পাদক আৰু [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ [[অসমীয়া সাহিত্য|অসমীয়া সাহিত্যক]] নতুন মাত্ৰা প্ৰদান কৰিছিল। [[অসমীয়া]] আৰু [[ইংৰাজী]] দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল<ref name="ডিম্বেশ্বৰ নেওগ"/>:-
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
61 নং শাৰী:
(৪) বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)

(৫) বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্বভক্তিতত্ত্ব (১৯৪২)
(৬) ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)
71 নং শাৰী:
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি ।

ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।

== অনান্য কৰ্মৰাজি ==
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় । [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল<ref name="ডিম্বেশ্বৰ নেওগ"/>

“দাসত্ব“দাসত্ত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্বদাসত্ত্ব অন্ধ লুইতৰ দৰে। স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।