ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{Infobox Country
|conventional_long_name = ছিংগাপুৰ প্ৰজাতন্ত্ৰ
|native_name = {{lang|en|Republic of Singapore}} ([[ইংৰাজী]])
{{lang|ms|Republik Singapura}} ([[মালয় ভাষা]])
{{lang|zh|新加坡共和国}} ([[চীনা ভাষা]])
{{lang|ta|சிங்கப்பூர் குடியரசு}} ([[তামিল ভাষা]])
|common_name = ছিংগাপুৰ
|image_flag = Flag of Singapore.svg
|image_coat = Coat of arms of Singapore.svg
|symbol_type = কুলচিহ্ন
|image_map = LocationSingapore.png
|national_anthem = ''[[মাজুলাহ ছিংগাপুৰা]]'' (অসমীয়ানুবাদ : আগুৱাই যোৱা ছিংগাপুৰ)
|official_languages = [[ইংৰাজী]]
[[মেণ্ডাৰীন]](চীনা)
[[মালয়]]
[[তামিল]]
|demonym = ছিংগাপুৰী
|capital = ছিংগাপুৰ{{smallsup|1}}
|latd=1|latm=17|latNS=N|longd=103|longm=51|longEW=E
|government_type = [[সংসদীয় গণতন্ত্ৰ]]
|leader_title1 = ৰাষ্ট্ৰপতি
|leader_name1 = টনি টেন কেং ইয়াম
|leader_title2 = প্ৰধানমন্ত্ৰী
|leader_name2 = লি চিয়েন লুং
|sovereignty_type = স্বাধীনতা
|established_event1 = নগৰৰ মৰ্যদামৰ্যাদা
|established_date1 = [[জুলাই ২৪|৪ জুলাই]] ১৯৫১
|established_event2 = {{nowrap|যুক্তৰাজ্যেৰ অধীনত স্বায়ত্তশাসন}}
|established_date2 = জুন ৩ ১৯৫৯ <ref name="UT">{{cite web| url=http://inic.utexas.edu/asnic/countries/singapore/Singapore-History.html| title=Singapore: History| publisher=Asian Studies Network Information Center| accessdate=2007-11-02}}</ref>
|established_event3 = স্বাধীনতা ঘোষণা
|established_date3 = ৩১ আগষ্ট ১৯৬৩
|established_event4 = [[মালয়েছিয়া]]ৰ লগত একীভূত
|established_date4 = ১৬ ছেপ্তেম্বৰ ১৯৬৩
|established_event5 = {{nowrap|[[মালয়েছিয়া]]ৰ পৰা পৃথক}}
|established_date5 = ৯ আগষ্ট ১৯৬৫
|area_rank = ১৯০
|area_magnitude = 1_E8
|area_km2 = ৭০৪.০
|area_sq_mi = 270
| percent_water = ১.৪৪৪%
|population_estimate = ৪,৬৮০,৬০০<ref name="stats">{{cite web| url=http://www.singstat.gov.sg/stats/latestdata.html| title=Population - latest data|date=2007-11-30| publisher=Singapore Department of Statistics Singapore| accessdate=2007-12-04}}</ref>
|population_estimate_year = 2007
|population_estimate_rank = ১১৭
|population_census_year = ২০০০
|population_census = ৪,১১৭,৭০০
|population_density_km2 = ৬,৩৬৯.২
|population_density_rank = ৪
|GDP_PPP_year = ২০০৬
|GDP_PPP = US$১৩৭.৭৬২২ বিলিয়ন
|GDP_PPP_rank = ৫৪
|GDP_PPP_per_capita = US$৩০,৭২৩.৬১
|GDP_PPP_per_capita_rank = ১৭
|HDI_year = ২০০৭
|HDI = {{steady}} ০.৯২২
|HDI_rank = ২৫
|HDI_category = অতিউচ্চ
|currency = [[ছিংগাপুৰী ডলাৰ]]
|currency_code = SGD
|time_zone = ছিংগাপুৰ মান সময়
|utc_offset = +৮
|cctld = [[.sg]]
.新加坡
.சிங்கப்பூர்
|calling_code = +৬৫
67 নং শাৰী:
= অৰ্থনীতি =
১৯৬৫ চনত স্বাধীনতা লাভৰ পূৰ্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী' আছিল।<ref name="Bureau of Economic and Business Affairs">{{cite web |url=http://www.state.gov/e/eb/rls/othr/ics/2012/191233.htm |title=2012 Investment Climate Statement – Singapore |author=Bureau of Economic and Business Affairs |date=June 2012 |publisher=United States Department of State |accessdate=10 March 2014}}</ref> এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি আছিল। ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি থাকাৰ কাৰণে ছিংগাপুৰক 'জিবৰালটাৰ অফ দা ইষ্ট' বোলা হৈছিল।<ref>{{cite web|url=http://www.treasury.gov.au/PublicationsAndMedia/Publications/2012/Economic-Roundup-Issue-4/HTML/article3|title=The familiar pattern of Chinese consumption growth|publisher=|accessdate=4 March 2015}}</ref> ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত [[ইউৰোপ]] আৰু [[এছিয়া]]ৰ মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায়, ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্ৰধান সমুদ্ৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়। <ref>http://www.mti.gov.sg/ResearchRoom/SiteAssets/Pages/Economic-Survey-of-Singapore-2012/FullReport_AES2012.pdf</ref>
১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ মাৰ্কিন ডলাৰ। এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সৰ্বোচ্চ। স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ অহাৰ ফলত ছিংগাপুৰৰ অৰ্থনীতি লাহে লাহে শক্তিশালী হোৱা আৰম্ভ হয়। আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্য্যদা লাভ কৰে। <ref>{{cite report|url=http://www.sgx.com/wps/portal/sgxweb/home/marketinfo/market_statistics|title=Statistical Report, March 2014|publisher=Singapore Exchange}}</ref><ref>http://www.pmo.gov.sg/content/pmosite/mediacentre/speechesninterviews/primeminister/2009/May/speeches_by_primeministerleehsienloongandmalaysianprimeministern.html#.VDvFfPmSxXY</ref><ref>http://www.singstat.gov.sg/statistics/visualising_data/visualiser/trade/trade.html</ref>
=পৰ্যটন =
পৰ্যটন ছিংগাপুৰৰ অন্যতম প্ৰধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে। প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমনভ্ৰমণ কৰে।
*'''নৈশ চাফাৰী''': ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ চাফাৰী।<ref>[http://www-singapore.com/attractions/index.html ছিংগাপুৰ ডট কম]</ref> নৈশ চাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।
*'''মাৰলায়ন পাৰ্ক''': মাৰলিন বা সিংহ-মৎস্য হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পুৰ্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্ৰনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্ৰিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল। অধিবাসীসকলে তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল। তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস্য আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীসকলক উদ্ধাৰ কৰিছিল। মাৰলিনৰ মুৰ্তিমূৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
*'''চেন্টোচাচেণ্টোচা আইলেণ্ড''': সমুদ্ৰৰ মাজত সৰু এক দ্বীপত গঢ়ি তোলা বিনোদন কেন্দ্ৰ।
=জনসংখ্যা =
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে