অনিল ৰায়চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{ infobox writer
| name =অনিল ৰায়চৌধুৰী
| image = অনিল ৰায়চৌধুৰী.jpg
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| Parents_name =
| birth_date = {{Birth date and age|1926|08|27}}
| birth_place = [[বৰপেটা]], দক্ষিণহাটী, [[অসম]]
| death_date = {{Death date and age|2020|05|01|1926|08|27}}
| death_place = [[গুৱাহাটী]], অসম
| occupation = সাহিত্যিক, সমজ বিজ্ঞানী
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = ভাৰতীয়
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| education =
| alma_mater =
| period =
| genre =
| genre subject =
| subject movement =
| movement notable_works =
| spouse = ভাৰতী ৰায়চৌধুৰী
| notable_works =
| children =
| spouse = ভাৰতী ৰায়চৌধুৰী
| children relatives =
| relatives influences =
| influences influenced =
| influenced awards =
| signature =
| awards =
| signature =
| signature_alt =
| website =
}}
 
 
'''অনিল ৰায়চৌধুৰী''' এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। <ref name="অসমীয়া প্ৰতিদিন">{{cite press release | title=প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক লেখক অনিল ৰায়চৌধুৰীৰ দেহাৱসান | date=১ মে', ২০২০ | accessdate=1 May 2020}}</ref> ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। পৰৱৰ্তী কালত সাহিত্যিক হিচাপে সুনাম অৰ্জন কৰা ৰায়চৌধুৰী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল আৰু প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল৷কৰিছিল। অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়৷হয়।<ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref> পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে৷কৰে। বিশ্ববিদ্যালয় কৰ্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিছিল৷খাটিছিল। প্ৰায় ৩৭ বছৰ ৬ মাহ চাকৰি কৰি ১৯৮৮ চনৰ ৩০ জুনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷কৰিছিল।<ref name="অসমীয়া খবৰ">{{cite news | title=শোষিতজনৰ মুক্তিকণ্ঠ, চিন্তাবিদ, বিশিষ্ট বাওঁপন্থী নেতা অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান | work=বাতৰি | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> তেওঁ এজন বামপণ্ঠী নেতা আছিল৷আছিল।<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref>
 
ৰায়চৌধুৰীয়ে [[অসম আত্মৰক্ষী ফৌজ]] আৰু [[অসম জাতীয় সভা]]ৰো নেতৃত্ব লৈছিল৷লৈছিল। কৃষক শ্ৰমিক আন্দোলনতো তেওঁ অংশগ্ৰহণ কৰিছিল৷কৰিছিল। ইয়াৰবাবে তেওঁ কেইবাবাৰো জেললৈ যাব লগা হৈছিল৷হৈছিল। ১৯৭১ চনৰপৰা ৰায়চৌধুৰীয়ে [[নতুন পৃথিৱী]] নামৰ এখন আলোচনী সম্পাদনা কৰিছিল৷কৰিছিল। নতুন সাহিত্য পৰিষদৰো তেওঁ প্ৰতিষ্ঠাপক সদস্য আছিল৷আছিল। পৰৱৰ্তী সময়ত তেওঁ পৰিষদৰ সম্পাদক হোৱাৰ লগতে ১৯৯৮চনত সভাপতিও হৈছিল৷হৈছিল।<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref> ৯৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷কৰে।<ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref>
 
==জন্ম==
[[বৰপেটা]]ৰ দক্ষিণহাটীৰ ৰায়পাৰা গাঁৱৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৯২৬ চনত অনিল ৰায়চৌধুৰীৰ জন্ম হয়৷হয়। দেউতাক প্ৰয়াত দেৱেন্দ্ৰ নাথ ৰায়চৌধুৰী আৰু মাক প্ৰয়াত গৌৰীবালা ৰায়চৌধুৰী।<ref name="অসমীয়া প্ৰতিদিন"/> সৰুতেই মাতৃ ঢুকোৱাত জেঠীমাকহঁতৰ লগত থাকিবলৈ লয়।
 
==শিক্ষা==
49 নং শাৰী:
কলিকতাৰপৰা ঘূৰি আহি ৰায়চৌধুৰীয়ে বৰপেটা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰে। একে বছৰতে তেখেতে আছাম ট্ৰেডিং কো-অপাৰেটিভত কৰ্মচাৰী ৰূপে যোগদান কৰে যদিও এই চাকৰি এৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰীৰূপে যোগদান কৰে। এসময়ত এই চাকৰিও এৰি তেওঁ শ্বিলঙৰ কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক হয়। আবকাৰী পৰিদৰ্শক হিচাপে [[তিনিচুকীয়া]] আৰু [[ডিব্ৰুগড়]]তো তেখেতে কিছুদিন কাম কৰাৰ পাছত ১৯৫১ চনত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া হিচাপে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
ছাত্ৰাৱস্থাৰপৰাই তেখেত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আছিল। ১৯৪২-৪৩ চনত তেখেতে আছিল স্বাধীনতা আন্দোলনৰ ভলণ্টিয়াৰ। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পঢ়া সময়তে তেখেতে ছাত্ৰ কংগ্ৰেছ আৰু অম্বিকাগিৰিঅম্বিকাগিৰী ৰায়চৌধুৰীৰ জাতীয় সভাত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ জাতীয় মহাসভাৰ সম্পাদকৰ দায়িত্ব লয়। ৰাজনৈতিক জীৱনৰ সমান্তৰালকৈ তেখেতে নিজৰ লিখা-মেলাখিনিও আগুৱাই লৈ যায়। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেখেত আছিল ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক। এই সময়ছোৱাতে তেখেত লিখা মেলাৰ সৈতে জড়িত হয় আৰু আৱাহনৰ লগতে অন্যান্য আলোচনীত তেখেতৰ গল্প কবিতা প্ৰকাশ পাবলৈ ধৰে। এইখিনি সময়তে তেখেতে ১৯৫১-৫২ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৬৪ চনলৈ পাৰ্টিত তেখেতে এক উল্লেখনীয় ভূমিকাত অৱত্তীৰ্ণ হয় আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি গঠনৰ বাবে ১৩ মাহ কাৰাবাস খাটে। ১৯৬২ চনতো ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰত ৰক্ষা আইনৰ অধীনত তেখেতক ১৪ মাহৰ বাবে কাৰাৰুদ্ধ কৰি থোৱা হৈছিল।<ref name="অসমীয়া প্ৰতিদিন"/> ১৯৫২ৰ পৰা ১৯৬৪ চনৰ ভিতৰত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মী সংন্থাসংস্থা গঠনতো আগভাগ লয়। পৰৱৰ্ত্তী কালত অসম ৰাজ্যিক বিশ্ববিদ্যালয় কৰ্মী ফেডাৰচন গঠনত উদ্যোগ লয় আৰু এসময়ত সৰ্বভাৰতীয় কৰ্মী সংন্থাৰসংস্থাৰ সম্পাদক তথা কাৰ্য্যবাহী সভাপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰে। তেখেতে প্ৰগতিশীল সাহিত্য সংগঠন গঢ়াতো আগভাগ লয়। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষনা কৰাৰ পিছতেই চৰকাৰে তেখেতক কাৰাৰুদ্ধ কৰে। ১৯৭৭ চনত ১৯ মাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছত তেখেতে মুক্তিলাভ কৰে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
==সাহিত্যৰাজি==
অনিল ৰায়চৌধুৰীয়ে ১৯৬৭ চনত সাহিত্য জগতত প্ৰৱেশ কতে। ড°ড॰ [[পৰমানন্দ ৰাজবংশী]]ৰ মতে অনিল ৰায়চৌধুৰী এজন যোদ্ধা নহয়, বোদ্ধাও। অসমৰ নৱ বৈষ্ণৱ ধৰ্ম, নামনি অসমৰ মধ্যশ্ৰেণী- এই দুখন গ্ৰন্থৰ উপৰিও অসমত বাংলাদেশী আৰু অসমীয়া ভাষা সম্পৰ্কে তেখেতে বহুখিনি মূল্যবান প্ৰৱন্ধপ্ৰবন্ধ লিখি থৈ গৈছে। 'কাণ্ডাৰী' তেখেতৰ এখন উল্লেখযোগ্য উপন্যাস আৰু 'দুধু মিঞা' অসমৰ গল্প সাহিত্যত বিশেষ স্থান পাবৰ যোগ্য।<ref>{{cite news | title=সাহিত্য, শিল্প আন্দোলনৰ দিগদৰ্শী | work=প্ৰৱন্ধপ্ৰবন্ধ | date=২ মে', ২০২০ | agency=অসমীয়া প্ৰতিদিন | accessdate=2 May 2020 | author=পৰমানন্দ মজুমদাৰ}}</ref> <ref name="অসমীয়া প্ৰতিদিন"/> গীতি সাহিত্যতো তেখেতৰ দখল আছিল আৰু তেখেত আকাশবাণীৰ এজন নিয়মীয়া গীতিকাৰ আছিল। ১৯৭১ চনত তেখেতৰ উদ্যোগত 'নতুন পৃথিৱী' নামৰ আলোচনীখন প্ৰকাশ পায়।<ref name="অসমীয়া প্ৰতিদিন"/> সৌমাৰজ্যোতি, আৱাহন, বৰদৈচিলা, মণিদীপা আদি আলোচনীতো তেওঁ বহু প্ৰবন্ধ লিখিছিল।<ref name="আমাৰ"/>
 
===গৱেষণামূলক===