Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
|
{{confuse|ওদিছি নৃত্য}}
'''ওডিছী''' এখন মহাকাব্য৷মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- [[হোমাৰ]]৷। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য৷মহাকাব্য। প্ৰথমখনৰ নাম [[ইলিয়াড]]৷। অসমীয়া ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰিছে [[প্ৰদীপ শইকীয়া]]ই৷ই। ট্ৰজানযুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱত্ন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দোৱীৰ বন্দী হৌ থকা মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ হৈছে ওডিছী মহাকাব্য৷মহাকাব্য।<ref>ওডিছী, অনুবাদক-প্ৰদীপ শইকীয়া, প্ৰকাশ, ২০১৮, চতুৰ্থ সংস্কৰণ, বনলতা, পাতনি</ref>
==লগতে চাওক==
|