তামিলনাডু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{পোখালি}}
{{Infobox Indian Jurisdiction
|type = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহ|ৰাজ্য]]
|state_name = তামিল নাডু
|native_name = তামিল নাডু
|base_map = Tamil_Nadu locator map.svg
|other_name = தமிழ்நாடு
|image_seal =TamilNadu Logo.svg
|capital = [[চেন্নাই]]
|latd = 13.09
|longd = 80.27
|largest_city = [[চেন্নাই]]
|abbreviation = IN-TN
|official_languages = [[তামিল ভাষা|তামিল]]
|legislature_type = এককক্ষীয়
|legislature_strength = ২৩৪
|leader_title_1 = [[তামিলনাড়ুৰ ৰাজ্যপাল|ৰাজ্যপাল]]
|leader_name_1 =
|leader_title_2 = [[তামিলনাড়ুৰ মুখ্যমন্ত্ৰী|মুখ্যমন্ত্ৰী]]
|leader_name_2 =
|leader_name_3 = [[তামিলনাড়ুৰ উপমুখ্যমন্ত্ৰী|উপমুখ্যমন্ত্ৰী]]
|leader_name_3 =
|established_date = ১ নৱেম্বৰ, ১৯৫৬<sup>†</sup>
|area_total = 130058
|area_rank = ১১শ
|area_magnitude = 11
|population_year = ২০০৮
|population_total = 66396000
|Literacy Rate (2001) = 73.45%<ref>[http://wwৱnlm.nic.in/literacy01_nlm.htm LITERATES AND LITERACY RATES-2001 CENSUS (PROVISIONAL)].</ref>
|population_rank = ৭ম
|population_density = 511
|districts =৩২
|website = tn.gov.in
|footnotes = <sup>†</sup> Established in 1773; Madras State was formed in 1956 and renamed as Tamil Nadu on 14 January 1969<ref>[http://wwৱassembly.tn.gov.in/history/history.htm Tamil Nadu Legislative Assembly].</ref>
|locator_position = left
}}
 
'''তামিলনাডু''' ([[তামিল ভাষা|তামিলে]]: தமிழ்நாடு ''তাম্যিল্ড়্‌ নাড়্যি'' [[আ-ধ্ব-ব]]: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্যৰ]] অন্যতম। এই ৰাজ্যৰ ৰাজধানী [[চেন্নাই]] (পূৰ্বতে '''মাদ্ৰাজ''')। তামিলনাডু [[ভাৰতীয় উপদ্বীপ|ভাৰতীয় উপদ্বীপৰ]] দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত [[পণ্ডিচেৰী]], [[কেৰেলা]], [[কৰ্ণাটক]] আৰু [[অন্ধ্ৰপ্ৰদেশ]] অৱস্থিত। তামিলনাড়ুৰ ভৌগোলিক উত্তৰ দিশত [[পূৰ্বঘাট]], পশ্চিম দিশত [[নীলগিৰি পৰ্বতমালা|নীলগিৰি]], [[আন্নামালাই পৰ্বত]] আৰু [[পালাক্কাদ]], পূব দিশত [[বঙ্গোপসাগৰ]], দক্ষিণ পূব দিশত [[মান্নাৰ উপসাগৰ]] আৰু [[পক প্ৰণালী]] আৰু দক্ষিণত [[ভাৰত মহাসাগৰ]] অৱস্থিত।
 
আয়তনৰ দিশৰ পৰা তামিলনাডু ভাৰতৰ একাদশ (এই ৰাজ্যেৰ আয়তন [[গ্ৰীছ]]ৰ সমান) আৰু জনসংখ্যাৰ ফালৰ পৰা সপ্তম বৃহত্তম ৰাজ্য।<ref>[http://geohive.com/cntry/india.aspx Population of Tamil Nadu as of 01/07/2008].</ref> অন্যদিশে এই ৰাজ্য ভাৰতৰ জিডিপিৰ পঞ্চম বৃহত্তম অৱদানকাৰী<ref>[http://mospi.nic.in/6_gsdp_cur_9394ser.htm Gross Domestic Product by prices as of 28 February 2008].</ref> আৰু ভাৰতৰ সবাতোকৈ অধিক পৰিমাণ নগৰায়িত ৰাজ্য।<ref name="autogenerated3">[http://wwৱhindu.com/2008/05/18/stories/2008051853960400.htm Tamil Nadu the most urbanised State: Minister].</ref> ভাৰতৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক সংস্থা (১০.৫৬%) এই ৰাজ্যত অৱস্থিত।<ref>[http://mospi.nic.in/economic_census_prov_results_2005.pdf Enterprises in India].</ref> <ref>{{Cite web
| url = http://in.rediff.com/money/2005/nov/12guest2.htm
| title = Tamil Nadu, The best place to do business
45 নং শাৰী:
}}</ref>
 
প্ৰায় ৫০০খ্ৰীষ্টপূৰ্বৰ পৰা তামিলনাড়ু ভূখণ্ড [[তামিল জাতি|তামিল জাতিৰ]] আৱাসস্থল। প্ৰায় ১৫০০-২০০০ বছৰ ধৰি এই অঞ্চলৰ প্ৰচলিত ভাষা [[তামিল ভাষা|তামিল]] বিভিন্ন লেখা আৰু সাহিত্যত ব্যৱহৃত হৈ আহিছে। তামিলনাড়ু প্ৰাকৃতিক সম্পদ, দ্ৰাবিড় স্থাপত্যৰ বিশালাকাৰ হিন্দু মন্দিৰ, শৈলচহৰ, সমুদ্ৰ তীৰ, বিভিন্ন ধৰ্মৰ তীৰ্থস্থানৰে পৰিপূৰ্ণ ৰাজ্য। এই ৰাজ্যত ৪ টা৪টা [[ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান]] আছে।<ref>[http://pib.nic.in/release/release.asp?relid=29977 Press Information Bureau].</ref><ref>[http://whc.unesco.org/en/list UNESCO World Heritage List].</ref>
 
{{-}}
"https://as.wikipedia.org/wiki/তামিলনাডু"ৰ পৰা অনা হৈছে