নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আয়কৰ
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{Bio-stub}}
{{Infobox writer
| name = নিৰুপমা বৰগোহাঞি
| image = nirupama.jpg
| image_caption = কনকলতাৰকণকলতাৰ প্ৰস্তৰ মূৰ্তি
| birth_date = ১৯৩২
| birth_place =
| death_date =
| nationality = [[ভাৰত|ভাৰতীয়]]
| education = [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত স্নাতকোত্তৰ
| religion = [[হিন্দু ধৰ্ম]]
}}
'''নিৰুপমা বৰগোহাঞি''' ({{lang-en|Nirupama Borgohain}}) একেধাৰেএকাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক [[সাহিত্য একাডেমী বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] প্ৰদান কৰা হৈছিল।
 
== জীৱনী==
===জন্ম===
নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত [[গুৱাহাটী]]ৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত<ref name="vedantinirupama">{{cite web | url=http://www.vedanti.com/Legends/nirupama_bargohain.htm | title=Nirupama Bargohain | publisher=vedanti.com | date=22nd Aug 2011 | accessdate=February 24, 2013}}</ref> তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল<ref name="vedantinirupama"/>
 
===শিক্ষা জীৱন===
গুৱাহাটীৰ [[উজান বজাৰ]]ত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়<ref name="bipuljyotinirupama">{{cite web | url=http://www.bipuljyoti.in/authors/nirupama.html | title=FAIR AND FEARLESS - An profile of Nirupama Borgohain | publisher=bipuljyoti.in | accessdate=February 24, 2013 | author=Ditimoni Gogoi}}</ref>। পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যাল"ত ৩ বছৰ কাল পঢ়ি পুণৰপুনৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰে<ref name="bipuljyotinirupama"/>। নিৰুপমা তামুলীয়ে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে<ref name="bipuljyotinirupama"/>।
 
===কৰ্ম জীৱন===
নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভনিআৰম্ভণি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত [[পাণ্ডু]]ত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে<ref name="bipuljyotinirupama"/>। পৰৱৰ্তীকালত সেইসময়ৰ [[নলবাৰী মহাবিদ্যালয়]]ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক [[ত্ৰৈলোক্যনাথ গোস্বামী]]ৰ নিমন্ত্ৰনক্ৰমেনিমন্ত্ৰণক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে<ref name="bipuljyotinirupama"/>। এবছৰ কাল তাত অধ্যাপনা কৰা পাছত [[মাজুলী]]লৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়<ref name="bipuljyotinirupama"/>। তেখেতে কিছুবছৰ [[নৰ্থ লখিমপুৰ কলেজ|লখিমপুৰ মহাবিদ্যালয়]] আৰু [[যোৰহাট মহাবিদ্যালয়]]ত অধ্যাপক হিচাপে কাম কৰিছিল।
 
===বৈবাহিক জীৱন===
১৯৫৮ চনৰ ১২ মাৰ্চত নিৰুপমা তামুলীৰ [[বিবাহ]] দীৰ্ঘদিনীয়া প্ৰেমসূত্ৰে [[হোমেন বৰগোহাঞি]]ৰ লগত নলবাৰীত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ জন্ম পোৱাৰ কিছুবছৰ পাছত ১৯৭৭ চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে<ref name="bipuljyotinirupama"/>।
 
==সাহিত্যিক কৰ্মাৱলী==
১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে<ref>নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১ </ref>।
# পূৱাৰপুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)<ref name="vedantinirupama"/>
# সেই নদী নিৰৱধিনীৰৱধি (১৯৬৭)<ref name="vedantinirupama"/>
# এজন বুঢ়া মানুহ (১৯৬৬)
# দিনৰ পাছত দিন (১৯৬৮)
# হৃদয় এটা নিৰ্জন দ্বীপ (১৯৭০)
# সামান্য অসামান্য (১৯৭১)
# পূৱাৰপুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস, কেকটাছৰ ফুল (১৯৭১)
# চিনাকীচিনাকি অচিনাকীঅচিনাকি, অন্য জীৱন (১৯৮৭)
# গোসাঁই ঐ গোসাঁই ঐ (১৯৮৭)
# চম্পাৱতী (১৯৯০)
65 নং শাৰী:
 
==বাহ্যিক&nbsp;সংযোগ==
* [http://www.bipuljyoti.in/story/nirupama.html The Address] নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
* [http://enajori.com/death-of-an-elephant-nirupama-borgohain/ Death of an Elephant] নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
* [http://enajori.com/exclusive-interviews/3368-2/ নিৰুপমা বৰগোহাঞিৰ সৈতে এটা সাক্ষাৎকাৰ]