ক্ষাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
'''ক্ষাৰ''' {{En|Base (chemistry)}} হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই [[অম্ল]]ৰ সৈতে বিক্ৰিয়া কৰি [[লৱনলৱণ]] সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক [[প্ৰশমন বিক্ৰিয়া]] বোলে, ইয়াৰ ফলত সাধাৰণতে [[পানী]] আৰু লৱনৰলৱণৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তকৈ বেচি হয়। ইহঁতে কিছুমান বিক্ৰিয়াত অনুঘটক হিচাপে কাম কৰে, অন্য ইলেক্ট্ৰন দাতাৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু আংশিক বা সম্পূৰ্ণৰূপে স্থানান্তৰণশীল OH<sup>-</sup> থকা যৌগৰ সৈতে বিক্ৰিয়া কৰে। ক্ষাৰৰ গুণ থকা ৰসায়ন বা পদাৰ্থক [[ক্ষাৰকীয়]] বোলে।
 
ক্ষাৰৰ আৰ্হেনিয়াছৰ সংজ্ঞা অনুহৰি যিবোৰ পদাৰ্থ পানীত দ্ৰৱিভূত হ'লে হাইড্ৰ'জেন অক্সাইড (OH<sup>-</sup>) সৃষ্টি কৰে, সেইবোৰক ক্ষাৰ বোলে। ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞাটো অলপ ব্যত্তিক্ৰম: প্ৰ'টন বা হাইড্ৰ'জেন আয়ন (H<sup>+</sup>) গ্ৰহণ কৰা পদাৰ্থবোৰেই ক্ষাৰ। এই সংজ্ঞা মতে, সহজতে প্ৰ'টন গ্ৰহণ পৰা যিকোনো [[ৰাসায়নিক যৌগ|যৌগ]]কে অম্ল বুলিব পৰা যায়। লেৱিছৰ সংজ্ঞামতে এযোৰ [[ইলেক্ট্ৰন]] দান কৰি [[সহযোজী বান্ধনি]] সৃষ্টি কৰা পদাৰ্থবোৰেই ক্ষাৰ। উদাহৰণ স্বৰূপে, সকলো ধাতৱ এনায়ন।
"https://as.wikipedia.org/wiki/ক্ষাৰ"ৰ পৰা অনা হৈছে