স্পঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
 
===শ্ৰেণী: হেক্সাটিনেলিডা (Hexactinellida)===
কাপ (Cup), গোলাকাৰ বা ফুলদানী আকৃতিৰ স্পঞ্জ তুলনামূলকভাৱে বৃহৎ আকাৰৰ, অনেক এক মিটাৰ পৰ্যন্ত হয়। স্পিকিউল (Spicule) ছিলিকাৰ দ্বাৰা নিৰ্মিত (Siliceous) আৰু ছয় ৰশ্মি (Rayed) বিশিষ্ট। ডাৰ্মেল এপিথেলিয়াম (Dermal epithelium) বা এক্সোপিনাকোৰ্ডাম (Exopinacoderm) অনুপস্থিত। ফ্লেজেলাম প্ৰকোষ্ঠ ডিম্বাকৃতিৰ কোৱান'চাইট (Choanocyte) নামৰ কোষবোৰো আকৃতিত সৰু। সকলো সামুদ্ৰিক, অনেক গভীৰ সমুদ্ৰেৰসমুদ্ৰৰ বাসিন্দা। উদাহৰণ: ''Euplectella aspergillus''।
 
===শ্ৰেণী: ডেম'স্পঞ্জি (Demospongiae)===
"https://as.wikipedia.org/wiki/স্পঞ্জ"ৰ পৰা অনা হৈছে