ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সাহায়ত
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
[[File:Sakori.Org-Assam.png|thumb|right|240px|[[উত্তৰ-পূৰ্বাঞ্চল]]ৰ ছাত্ৰ-ছাত্ৰীয়ে [[চাকৰি]]ৰ [[বিজ্ঞাপন]]ৰ সন্ধান কৰিবলৈ sakori.org নামৰ এটা ৱেবছাইট]]
 
'''ৱেবছাইট''' ({{lang-en|website}})<ref>{{cite web|url=http://www.thefreedictionary.com/Website |title=website - definition of website by the Free Online Dictionary, Thesaurus and Encyclopedia |publisher=Thefreedictionary.com |date= |accessdate=2011-07-02}}</ref> যিকোনো [[ৱেব চাৰ্ভাৰ|ৱেব চাৰ্ভাৰত]] ৰখা [[ৱেব পেজ]], ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি [[ইণ্টাৰনেট|ইণ্টাৰনেটৰ]] মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইণ্টাৰনেট নাইবা ব্যক্তিগত [[লোকেল এৰিয়া নেটৱ'ৰ্ক]] (LAN)-অত উপলব্ধ। ইয়াক কোনো [[ৱেব চাৰ্ভাৰ]]ৰ পৰা হ'ষ্ট কৰা হয় ।হয়। সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "[[ৱৰ্ল্ড ৱাইড ৱেব]]" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।
 
ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য [[মাৰ্কাপ এংকৰ]]ৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয় ।হয়।
 
ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় ।হয়। URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু [[হাইপৰলিংক]]ৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে ।পাৰে। কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় ।হয়। তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, [[ভিডিঅ’ গেম]]ৰ ৱেবছাইট, [[ফাইল]] ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, [[ই-মেইল]] যুক্ত ৱেবছাইট, [[চ’চিয়েল নেটৱ’ৰ্কিং]] ৱেবছাইট, [[ষ্ট’ক মাৰ্কেট]]ৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায় ।যায়।
==ইতিহাস==
চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি [[টিম বাৰ্নাৰ্ছ লী]]<ref name='First page'>{{cite web | url=http://info.cern.ch/ |title=The website of the world's first-ever web server |accessdate=2008-08-30}}</ref>য়ে ১৯৯০ চনত [[ৱৰ্ল্ড ৱাইড ৱেব]] গঠন কৰিছিল ।কৰিছিল। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্য বুলি ঘোষনা কৰিছিল ।কৰিছিল।<ref name='w3c'>{{cite web|url=http://www.w3.org/History.html |title=A Little History of the World Wide Web |accessdate=2007-02-16 |last=Cailliau |first=Robert }}</ref>
==সামগ্ৰিক নিৰীক্ষন==
প্ৰকাৰ অনুসৰি ৱেবছাইট সমূহক এনেদৰে ভাগ কৰিব পাৰি
14 নং শাৰী:
* চৰকাৰি ৱেবছাইট
* লাভনিৰপেক্ষ সংস্থা সমূহৰ ৱেবছাইট (nonprofit organization)
ই কোনোবাৰ ব্যক্তিগত বা ব্যবসায়িক বা কোনো সংস্থাৰ বাবে হ’ব পাৰে আৰু বিশিষ্টভাৱে কোনো উদ্দেশ্যত নাইবা কোনো বিষয়ত সমৰ্পিত হয় ।হয়। যিকোনো ৱেবছাইট এটা আন এটা ৱেবছাইটৰ লগত হাইপৰলিংকেৰে জড়িত হৈ থাকিব পাৰে ।পাৰে।
==তথ্যসূত্ৰ==
{{reflist}}
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে