ৱেষ্ট ইণ্ডিজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
8 নং শাৰী:
[[File:The Caribbean Islands -(West Indies) 2014-04-24 09-48.gif|thumbnail|The Caribbean Islands
(West Indies)]]
'''ৱেষ্ট ইণ্ডিজ''' [[কেৰিবিয়ান সাগৰ|কেৰিবিয়ান]] আৰু উত্তৰ [[আটলান্টিকআটলাণ্টিক মহাসাগৰ]]ৰ এটি অঞ্চল যিয়ে [[আন্টিলেচৰআণ্টিলেচৰ দ্বীপ]] আৰু [[লুকায়ান]]ক সামৰে।<ref>{{cite book |last=Caldecott |first=Alfred |year=1898 |title=The Church in the West Indies |url=http://books.google.com/books?id=kMUSAAAAYAAJ&pg=PA11 |page=11 |location=London |publisher=[[Frank Cass and Co.]] |accessdate=12 December 2013}}</ref> [[খ্ৰিষ্টফাৰ কলম্বাচ]]ৰ [[আমেৰিকা (মহাদেশ)|আমেৰিকা]]লৈ প্ৰথম যাত্ৰাৰ পিছত, [[ইউৰোপ|ইউৰোপীয়]] সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ ([[দক্ষিণ এছিয়া]] আৰু [[দক্ষিণ-পূব এছিয়া]])ৰ পৰা পৃথক কৰিবলৈ।
 
১৭-১৯ শতিকালৈকে ৱেষ্ট ইণ্ডিজ ইউৰোপীয় ঔপনিৱেশিক অঞ্চল আছিল [[ব্ৰিটিছ ৱেষ্ট ইণ্ডিজ]], [[ডেনিচ ৱেষ্ট ইণ্ডিজ]], [[ফৰাচী ৱেষ্ট ইণ্ডিজ]] আৰু [[স্পেনীয় ৱেষ্ট ইণ্ডিজ]]।
14 নং শাৰী:
১৯১৬ত [[ডেনমাৰ্ক|ডেনমাৰ্কে]] ডেনিচ ৱেষ্ট ইণ্ডিজ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ক বিক্ৰি কৰে। ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক জলবেষ্টিত এলেকা হ'ল, আৰু ইয়াক 'ইউনাইটেড ষ্টেট্চ্ ভাৰ্জিন আইলেণ্ড্স' বা [[আমেৰিকা যুক্তৰাষ্ট্ৰ কুমাৰী দ্বীপ]] নাম দিয়া হ'ল।
 
১৯৫৮ আৰু ১৯৬২ত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটিছ কুমাৰী দ্বীপ, [[বাহামাচ]], [[ব্ৰিটিছ হণ্ডুৰাচ]] আৰু [[ব্ৰিটিছ গুয়ানা]]ৰ বাহিৰে নিজৰ ৱেষ্ট ইণ্ডিজ অঞ্চলসমূহক ৱেষ্ট ইণ্ডিজ সংঘত অন্তৰ্ভুক্ত কৰে। তেওঁলোকে আশা কৰিছিলে যে সংঘটো সমবেত হ'ব এক স্বাধীন ৰাষ্ট্ৰৰ ৰূপত। পিছে সংঘটোৰ শক্তি কম আছিলে, বিভিন্ন প্ৰায়োগিক সমস্যা আৰু জনপ্ৰিয় সহাৰিৰসঁহাৰিৰ অভাৱ, ই ব্ৰিটিছসকলৰ দ্বাৰা ১৯৬৩ত দ্ৰৱীভূত হ'ল, ৯টা অঞ্চল স্বাধীন হ'ল আৰু ৪টা ব্ৰিটিছ বৈদেশিক অঞ্চল হ'ল।
 
''ৱেষ্ট ইণ্ডিজ'' বা ''ৱেষ্ট ইণ্ডিয়া'' ১৭-১৮ শতিকাৰ বিভিন্ন চনদপ্ৰাপ্ত কোম্পানীৰ সমনাম আছিল, ডেনিচ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ডাট্চ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ফৰাচী ৱেষ্ট ইণ্ডিয়া কোম্পানী আৰু স্বেদিচ ৱেষ্ট ইণ্ডিয়া কোম্পানীক সামৰি।
 
==সংজ্ঞাৰ ব্যৱহাৰ==
টুলেন বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰ'চেন এড্ডাৰ্লিৰ মতে "খণ্ডবাক্য 'ৱেষ্ট ইণ্ডিজে' কলম্বাচে আবিস্কাৰআৱিষ্কাৰ কৰা আৰু স্পেইনে দাবী কৰা অঞ্চলক অন্য ইউৰোপীয় শক্তিয়ে আবিষ্কাৰৰ দাবী কৰা [এছিয়াৰ] 'ইষ্ট ইণ্ডিজ'ৰ পৰা পৃথক কৰিছিলে… পিছলৈ 'ৱেষ্ট ইণ্ডিজ' সংজ্ঞাটো সকলো ইউৰোপীয় দেশে আমেৰিকাত নিজে অৰ্জন কৰা অঞ্চলসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হ'ল… ব্ৰিটিছ কেৰিবিয়ান উপনিৱেশক 'ৱেষ্ট ইণ্ডিজ' হিচাপে ধৰিলে ১৯৫০ত ইয়াৰ নিজৰ আতাইতকৈ বেছি ৰাজনৈতিক গুৰুত্ব আছিল, সেই উপনিবেশবোৰ গোটোৱাৰ আন্দোলনৰ সৈতে যিয়ে সংঘৰ ৰূপত এক স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব পাৰে... যদিও [১৯৬০ৰ দশকৰ আগৰ অংশত] সংঘটো ভাঙিল, ৱেষ্ট ইণ্ডিজে এতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে এটি যুটীয়া দল হিচাপে খেলে।"<ref>Rosanne Adderly, “West Indies,” in Encyclopedia of Contemporary Latin American and Caribbean Cultures, Volume 1: A-D (London and New York: Routledge, 2000): 1584.</ref>
 
==তথ্য সংগ্ৰহ==