শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{Infobox bridge
| bridge_name = Saraighat Bridge
| native_name = শৰাইঘাট দলং
| native_name_lang = অসমীয়া
| image = Saraighat Bridge 50 Years by Vikramjit Kakati.jpg
| image_size = 200 px
| alt =
| caption = শৰাইঘাট দলঙৰ স্বৰ্ণজয়ন্তী উপলক্ষে কৰা আলোকসজ্জা
| official_name =
| other_name =
| carries =
| crosses =
| crosses locale =
| locale owner =
| maint = [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]<ref name="স্বৰ্ণ জয়ন্তী">{{cite journal | title=শৰাইঘাটৰ স্বৰ্ণ জয়ন্তী | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=৮}}</ref>
| owner =
| id =
| maint = [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]<ref name="স্বৰ্ণ জয়ন্তী">{{cite journal | title=শৰাইঘাটৰ স্বৰ্ণ জয়ন্তী | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=৮}}</ref>
| id architect =
| architect designer =
| designer engineering =
| engineering design =
| design material =
| length = ১৪৯২ মিটাৰ
| material =
| width =
| length = ১৪৯২ মিটাৰ
| width height =
| height mainspan =
| mainspan spans =
| spans pierswater =
| pierswater load =
| load clearance =
| clearance below =
| below life =
| builder = হিন্দুস্থানহিন্দুঃস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড
| life =
| fabricator =
| builder = হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড
| begin = ১৯৫৯ চনৰ জানুৱাৰী মাহ
| fabricator =
| complete =
| begin = ১৯৫৯ চনৰ জানুৱাৰী মাহ
| cost = ১০,৬৫,১৬,৮৯১ টকা
| complete =
| open = ১৯৬২ চনৰ অক্টোবৰ মাহ
| cost = ১০,৬৫,১৬,৮৯১ টকা
| open inaugurated = ১৯৬২১৯৬৩ চনৰ অক্টোবৰ মাহজুন
| toll =
| inaugurated = ১৯৬৩ চনৰ ৭ জুন
| toll traffic =
| traffic preceded =
| preceded followed =
| followed heritage =
| heritage collapsed =
| closed =
| collapsed =
| replaces =
| closed =
| map_cue =
| replaces =
| map_cue map_image =
| map_image map_alt =
| map_alt map_text =
| map_text map_width =
| map_width coordinates =
| coordinates lat =
| lat long =
| long references =
| references extra =
| extra =
}}
'''শৰাইঘাট দলং''' ({{lang-en|Saraighat Bridge}}) [[অসম]]ৰ [[গুৱাহাটী]]ত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।<ref name="dipak">{{cite newsgroup | title=পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট | date=৮ জুন, ২০১২ | author=দীপক কুমাৰ বৰ্মন | newsgroup=আমাৰ অসম}}</ref> এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]।<ref name="স্বৰ্ণ জয়ন্তী" />
 
প্ৰথমতে দলঙখনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' আছিল। পাছত ইয়াক ''শৰাইঘাট দলং'' নামেৰে নামাকৰণনামকৰণ কৰা হয়।<ref name="কিছু কথা">{{cite news | url=http://ajirdainikbatori.com/magazine.htm | title=শৰাইঘাট দলঙৰ কিছু কথা | date=দেওবাৰ ২৯ জানুৱাৰী ২০১২ | agency=আজিৰ দৈনিক বাতৰি | accessdate=October 21, 2012 | author=কুমুদেশ্বৰ হাজৰিকা | location=অসম}}</ref>
 
==ইতিহাস==
66 নং শাৰী:
 
==নিৰ্মাণ আৰু পৰীক্ষা==
১৯৫৯ চনৰ জানুৱাৰী মাহত শৰাইঘাট দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল। নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল ''হিন্দুস্থানহিন্দুঃস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড'' নামৰ এটা প্ৰতিষ্ঠান।<ref name="স্বৰ্ণ জয়ন্তী" /> প্ৰায় ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় ৮০০০ জন শ্ৰমিকৰ সহযোগত এই দলঙখন নিৰ্মাণ কৰি উলিওৱা হৈছিল।<ref name="dipak"/><ref name="স্বৰ্ণ জয়ন্তী" /> ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত দলঙখনৰ নিৰ্মাণ কাৰ্য্য সমাপ্ত হয়। সেই বছৰৰে ২৩ ছেপ্তেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙখনেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেলপথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়<ref name="স্বৰ্ণ জয়ন্তী" />। এই দলঙখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল ১০,৬৫,১৬,৮৯১ টকা। দৈৰ্ঘ্য আছিল ১.৫ কিঃমিঃ (১৪৯২ মিটাৰ)।<ref name="স্বৰ্ণ জয়ন্তী" />
 
==উদ্বোধন==
১৯৬৩ চনৰ ৭ জুনত শৰাইঘাট দলঙখন উদ্বোধন কৰা হয়। প্ৰথম অৱস্থাত দলংখনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' বুলিয়েই কোৱা হৈছিল। মালিগাঁৱ ৰেল ষ্টেশ্যনৰ সমীপত অনুষ্ঠিত এখন সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলঙখন সাধাৰণ জনতাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। তেওঁ ইয়াক ''শৰাইঘাট দলঙ'' নামেৰে নামাকৰণনামকৰণ কৰে।<ref name="স্বৰ্ণ জয়ন্তী" />
 
==বৰ্তমান শৰাইঘাট দলঙৰ অৱস্থা==
বৰ্তমান [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]-এ দলঙখনৰ চোৱা-চিতা কৰে। ৰেলৱে বিভাগে [[ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী|আই আই টি, গুৱাহাটী]]ৰ বিশেষজ্ঞৰ এটা দলক দলঙখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞৰ দলটোৱে জনায় যে, দলঙখন বৰ্তমানেও সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে।<ref name="স্বৰ্ণ জয়ন্তী" /> ইয়াৰ ১১ টা১১টা খুটাই ভাল অৱস্থাত আছে।<ref name="স্বৰ্ণ জয়ন্তী" /> বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বৰ্তমান এই দলঙৰ কাম পূৰ্ণগতিত চলি আছে।<ref name="স্বৰ্ণ জয়ন্তী" /><ref name="কিছু কথা" />
 
২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়।<ref name="ত্ৰিবিউন">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0612/at092 | title=Saraighat bridge completes 50 years | publisher=The Assam Tribune | date=November 5, 2012 | accessdate=November 10, 2012}}</ref> [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]ই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ ৰাজ্যপাল জে বি পাটনায়ক আৰু মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]] উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "[[লাচিত বৰফুকন দলং]]" বুলি পুনৰ্নামাকৰণপুনৰ্নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে।<ref name="TOI">{{cite newsgroup | url=http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra | title=50 years of Saraighat bridge | date=November 7, 2012 | accessdate=November 10, 2012 | author=Kangkan Kalita | newsgroup=The Times of India}}</ref>
[[চিত্ৰ:Saraighat_Bridge,_Guwahati,_Assam,_India.jpg|thumb|right|সন্ধিয়া সময়ত দলংখনৰ এক দৃশ্য]]
 
84 নং শাৰী:
 
==অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা==
অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ [[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ|৩১]] আৰু [[৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ক সংযোগ কৰি আছে শৰাইঘাট দলঙে।<ref name="অৰ্থনীতি">{{cite journal | title=শৰাইঘাটৰ দলঙ আৰু অসমৰ অৰ্থনীতি | author=জয়দীপ বৰুৱা | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা: ২০}}</ref> ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহনপৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহনপৰিবহণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আভ্যন্তৰীণ জল পৰিবহনৰপৰিবহণৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি।
 
==দ্বিতীয়খন দলং নিৰ্মাণৰ প্ৰস্তুতি==
বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।<ref name=" চাকি">{{cite journal | title=আশাৰে চাকিটি জ্বলে | author=ববেন্দ্ৰ কুমাৰ দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা:১২, ১৮}}</ref> ২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ''ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম''ত প্ৰধান মন্ত্ৰী ড০ড॰ [[মনমোহন সিং|মনমোহন সিঙে]] ইয়াৰ আধাৰশিলা স্থাপন কৰে।<ref name=" চাকি" /> বৰ্তমান মূল দলঙ আৰু তাৰ লগত সংযোগমূলক অন্য কামসমূহ পূৰ্ণগতিত চলি আছে।<ref name="স্বৰ্ণ জয়ন্তী" /><ref name="কিছু কথা" /><ref name=" চাকি" />
 
==তথ্য সংগ্ৰহ==