সংযুক্ত আৰৱ আমিৰাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{Infobox Country
|conventional_long_name = সংযুক্ত আৰৱ আমিৰাত
|native_name = {{lang|ar|دولة الإمارات العربية المتحدة}}‎<br /><small>''দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্''</small>
|common_name = সংযুক্ত আৰৱ আমিৰাত
|demonym = আমিৰাতি
|image_flag = Flag of the United Arab Emirates.svg
|image_coat = Coat of arms of the United Arab Emirates.svg
|image_map = LocationUnitedArabEmirates.png
|national_motto = ---
|national_anthem = "ইশ্বি বিলাদি"<br/>
|official_languages = [[আৰৱী ভাষা]]
|capital = [[আবু ধাবি]]
|latd=22 |latm=47 |latNS=N |longd=54 |longm=37 |longEW=E
|largest_city = [[ডুবাই]]
|government_type = যুক্তৰাষ্ট্ৰীয়, পৰম আৰু বংশগত ৰাজতন্ত্ৰ
|leader_title1 = ৰাষ্ট্ৰপতি
|leader_title2 = প্ৰধানমন্ত্ৰী
|leader_name1 = খালিফা বিন জায়েদ আল নাহিয়ান
|leader_name2 = মহম্মদ বিন ৰাছিদ আল মাকতুম
| area_rank = ১১৬
| area_magnitude = 1 E10
| area_km2 = ৮৩,৬০০<sup>d</sup>
| area_sq_mi = ৩২,২৭৮ <!--Do not remove per [[WP:MOSNUM]]-->
| percent_water = নগণ্য
| population_estimate = ৯,২০৫,৬৫১ <ref name=PopulationWorldBank>{{cite web|url=http://data.worldbank.org/indicator/SP.POP.TOTL |title=Population (Total) |publisher=World Bank}}</ref>
| population_estimate_year = ২০১৩
| population_estimate_rank = ৯৩
| population_census = ৪,১০৬,৪২৭
31 নং শাৰী:
| population_density_sq_mi = ২৫৬ <!--Do not remove per [[WP:MOSNUM]]-->
| population_density_rank = ১১০
|language = [[আৰৱী ভাষা]]
|GDP_PPP_year = ২০০৭
|GDP_PPP = $১৫৯.৩ বিলিয়ন
|GDP_PPP_rank = ৫৪
|GDP_PPP_per_capita = $৩৫,৫১৬
|GDP_PPP_per_capita_rank = ১৬
|GDP_nominal = $১৬৪ বিলিয়ন
|GDP_nominal_rank = ৩৮
|GDP_nominal_year = ২০০৬
|GDP_nominal_per_capita = $৪২,১৭৫
|GDP_nominal_per_capita_rank = ১৬
|sovereignty_type = সংস্থাপন
|sovereignty_note = ২ ডিচেম্বৰ ১৯৭১
|HDI_year = ২০০৪
|HDI = {{decrease}} ০.৮৩৯
|HDI_rank = ৪৯
|HDI_category = <font color="#009900">উচ্চ</font>
|currency = [[আমিৰাতি দিৰহাম]]
|currency_code = AED
|country_code = UAE
|time_zone = GMT+4
|utc_offset = +৪
|time_zone_DST =
|utc_offset_DST = +৪
|cctld = .ae, امارات.
|calling_code = ৯৭১
}}
'''সংযুক্ত আৰৱ আমিৰাত''' ({{lang-ar|دولة الإمارات العربية المتحدة‎}} ''দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্'') [[মধ্যপ্ৰাচ্য]] এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত সাতখন স্বাধীন ৰাজ্যৰ এক ফেডাৰেচন। এইসমূহ ৰাজ্য একসময়ত ট্ৰুছিয়াল ষ্টেটছ নামে জনাজাত আছিল। ১৯৭১ চনত এই ৰাজ্য সমূহে স্বাধীনতা লাভ কৰে। প্ৰতিটো আমিৰাত এক উপকূলীয় জনবসতিক কেন্দ্ৰ কৰি আৱৰ্তিত। আমিৰাত শাসনকৰ্তাৰ পদবীৰ নাম আমিৰ। সংযুক্ত আৰৱ আমিৰাতৰ সাতখন আমিৰাতৰ নাম হল; আবু ধাবি, আজমান, [[ডুবাই]], আল ফুজাইৰাহ, ৰায়াছ আল খাইমাহ, আশ শ্বৰিকাহ আৰু উম্ম আল ক্বাইওয়াইন। আবু ধাবি চহৰ ফেডাৰেচনৰ ৰাজধানী আৰু ডুবাই দেশখনৰ বৃহত্তম চহৰ।
 
সংযুক্ত আৰৱ আমিৰাত মৰুময় দেশ। ইয়াৰ উত্তৰে পাৰস্য উপসাগৰ, দক্ষিণ আৰু পশ্চিমে [[চৌদি আৰৱ]], আৰু পূবত [[ওমান]] আৰু ওমান উপসাগৰ। ১৯৫০ৰ দশকত খাৰুৱা তেল আৱিষ্কাৰৰ আগতে সংযুক্ত আৰৱ আমিৰাত মূলত ব্ৰিটিছ চৰকাৰৰ অধীন কিছুমান অনুন্নত অঞ্চলৰ সমষ্টি আছিল। খনিজ তেল শিল্পৰ বিকাশৰ লগে লগে এই অঞ্চলৰ দ্ৰুত উন্নতি আৰু আধুনিকৰণ ঘটে। ফলত ১৯৭০ৰ দশকৰ আৰম্ভণিতে আমিৰাত সমূহ ব্ৰিটিছৰ নিয়ন্ত্ৰণ পৰা ওলাই নিজক স্বাধীন ঘোষণা কৰে। দেশখনৰ খাৰুৱা তেলৰ বেছি ভাগ আবু ধাবিত পোৱা যায়। ফলত ই সাতখন আমিৰাতৰ ভিতৰত আটাইতকৈ ধনী আৰু শক্তিশালী। তেল শিল্পৰ কাৰণে ইয়াৰ অৰ্থনীতি স্থিতিশীল আৰু জীৱনযাত্ৰাৰ মান বিশ্বৰ সৰ্বোচ্চ সমূহৰ ভিতৰত অন্যতম।
 
== ইতিহাস ==
66 নং শাৰী:
 
== জলবায়ু==
সংযুক্ত আৰৱ আমিৰাতত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। মৰুভুমিয়মৰুভূমিয় অঞ্চল হোৱাৰ বাবে গ্ৰীষ্ম কাল অতি গৰম পৰে। জুলাই আৰু আগষ্ট আটাইতকৈ বেছি গৰম মাহ। ইয়াৰ গড় উষ্ণতা {{convert|45|°C|°F|0}}ৰ ওপৰত থাকে। আল হাজাৰ পৰ্বতৰিং ফালে উষ্ণতা তুলনামূলক ভাবে কম।<ref>{{cite web|url=http://www.manmm.net/eng/?page_id=35 |title= UAE Climate |publisher=Manmm.net |deadurl=yes |archiveurl=https://web.archive.org/web/20160112072308/http://www.manmm.net/eng/?page_id=35 |archivedate=12 January 2016 }}</ref>জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুভূত হোৱা সৰ্বনিম্ন তাপমাত্ৰা {{Convert|10|and|14|°C|°F|0|abbr=on}}ৰ ভিতৰত থাকে। <ref>{{cite web|url=http://www.abudhabi.ms/weather.html |title=rak Weather |publisher=Abudhabi.ms |date=8 March 2007 }}</ref> গ্ৰীষ্মকালৰ শেষৰ ফালে উপকূলীয় অঞ্চলত শ্বৰকী নামৰ এক আদ্ৰ বতাহ বলে। উপকূলীয় অঞ্চলৰ গড় বৃষ্টিপাত {{convert|120|mm|in|1|abbr=on}}, কিন্তু পৰ্বতীয়া অঞ্চলত {{convert|350|mm|in|1|abbr=on}}ৰ আশে পাশে থাকে।<ref>{{cite news|url=http://news.bbc.co.uk/2/hi/in_pictures/7189929.stm |title=In Pictures &#124; Flooding in the UAE |publisher=BBC News |date=15 January 2008 }}</ref> এই অঞ্চলত প্ৰায়ে বালিৰ ধুমুহা বলে।
 
২০০৪ চনত প্ৰথম বাৰৰ বাবে ইয়াৰ উচ্চ অঞ্চল সমূহত বৰফ পৰিছিল।<ref>[http://news.bbc.co.uk/2/hi/middle_east/4135857.stm Middle East | Cold snap brings Gulf rare snow]. BBC News (30 December 2004). Retrieved on 10 October 2015.</ref> A few years later, there were more sightings of snow and hail.<ref>[http://indiatoday.intoday.in/story/abu-dhabi-snow-hail-dubai/1/414185.html Global warming or wonder! Hail the snow in Abu Dhabi : World, News – India Today]. Indiatoday.intoday.in. Retrieved on 10 October 2015.</ref><ref>[http://www.thenational.ae/news/uae-news/middle-east-snow-extreme-heatwaves-and-uae-fog-whats-going-on-with-the-weather Middle East snow, extreme heatwaves and UAE fog: what's going on with the weather? | The National]. Thenational.ae (29 January 2013). Retrieved on 10 October 2015.</ref> The Jebel Jais mountain cluster in Ras al-Khaimah has experienced snow only twice since records began.<ref>{{cite news|url=http://gulfnews.com/news/gulf/uae/general/heavy-snowfall-on-ras-al-khaimah-s-jebel-jais-mountain-cluster-1.46663|title=Heavy snowfall on Ras Al Khaimah's Jebel Jais mountain cluster|author=Nasouh Nazzal|work=[[Gulf News]]|date=24 January 2009}}</ref>