হেনৰী ষ্টাডমেন কটন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
37 নং শাৰী:
 
==ভাৰতৰ প্ৰতি দৃষ্টিভংগী==
তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। তেওঁ ভাৰতৰ হম ৰুল আন্দোলনক সমৰ্থন কৰিছিল। ১৮৮৫ চনত তেওঁৰ গ্ৰন্থ "নিউ ইণ্ডিয়া, অৰ ইণ্ডিয়া ইন ট্ৰেনজিছন"ত ভাৰতীয় স্বৰাজক সমৰ্থন কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হবলগীয়াহ’বলগীয়া হৈছিল। ১৯০৪ চনত তেওঁ [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ অধ্যক্ষ পদ লাভ কৰিছিল।<ref>{{cite web |url=http://www.congress.org.in/congress-sessions.php |title=Indian National Congress Session and its President |publisher=AICC, New Delhi |accessdate=24 February 2010 |archiveurl=https://web.archive.org/web/20090408202217/http://www.congress.org.in/congress-sessions.php |archivedate=8 April 2009}}</ref> তেওঁ লৰ্ড কাৰ্জনৰ তিব্বত অভিযান আৰু ১৯০৫ চনৰ বংগ ভংগক বিৰোধিতা কৰিছিল। তেওঁ ভাৰতীয় মানুহৰ শিক্ষাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ প্ৰতিষ্ঠা কৰিছিল।
 
তেওঁ ইংলেণ্ডত সাংসদ হৈ থাকোতেথাকোঁতে ভাৰতৰ প্ৰতি সহানুভূতিশীল সাংসদৰ গোট গঠন কৰি চৰকাৰৰ ভাৰতৰ নীতিৰ বাবে সমালোচনা কৰিছিল।
 
তেওঁ ইংলেণ্ডত সাংসদ হৈ থাকোতে ভাৰতৰ প্ৰতি সহানুভূতিশীল সাংসদৰ গোট গঠন কৰি চৰকাৰৰ ভাৰতৰ নীতিৰ বাবে সমালোচনা কৰিছিল।
==তথ্য উৎস==
{{reflist}}