"অনন্ত কন্দলি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 বাইট বিলোপ কৰা হ’ল ,  2 মাহ পূৰ্বে
'ত্‌’টোক 'ৎ’ কৰা হ’ল৷
(পৃষ্ঠা অনন্ত কন্দলীৰ পৰা অনন্ত কন্দলিলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ)
('ত্‌’টোক 'ৎ’ কৰা হ’ল৷)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
 
| influenced =
}}
'''অনন্ত কন্দলি''' ষোড়শ শতিকাৰ এগৰাকী [[অসমীয়া]] বৈষ্ণৱ কবি৷ তেওঁ [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে৷ সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ [[হাজো]]ত৷ দেউতাকৰ নাম ৰত্ন পাঠক৷ জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ৷<ref name="encyclo">{{cite web | url=http://books.google.co.in/books?id=WjDcd0cTFxQC&pg=PA428&lpg=PA428&dq=ananta+kandali&source=bl&ots=YoFLYoJEPq&sig=KFHlKmhHC32iQJ7bneIow9Muk8g&hl=en&sa=X&ei=JU-MT8HuDYGjiAfoxbTdCQ&ved=0CDAQ6AEwAzgK#v=onepage&q=ananta%20kandali&f=false | title=Encyclopaedia of the Hindu World | publisher=Concept Publishing Company | date=1992 | accessdate=April 16, 2012 | author=Ganga Ram Garg | pages=428-429}}</ref><ref name="aslit">{{cite web | url=http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false | title=Assamese literature | publisher=Otto Harrassowitz, Wiesbaden | date=1976 | accessdate=April 16, 2012 | author=Satyendranath Sarma | pages=61}}</ref> পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুত্পত্তিব্যুৎপত্তি লাভ কৰি '''অনন্ত কন্দলি''' নাম লাভ কৰে৷ পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়৷<ref name=sarma>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ডঃ [[সত্যেন্দ্ৰনাথ শৰ্মা]], প্ৰকাশক - প্ৰতিমা দেৱী। ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬</ref> অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল৷<ref name=sarma></ref>
 
==আত্ম পৰিচয়==
2,513

টা সম্পাদনা