বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
46 নং শাৰী:
'''বেহুলা বা বেউলা ([[ইংৰাজী]] : Behula) :''' [[শিৱ পুৰাণ]], মনসামঙ্গলৰ প্রধান চৰিত্ৰ, [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।<ref name=":0">বেহুলা-লখিন্দৰেৰ অমৰ ভালোবাসাৰ গল্প|url=https://roar.media/bangla/main/art-culture/love-story-of-behula-and-lakhindar/ | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তাৰ সতীৰ্থ ব্যৱসায়িক সাহাৰ কন্যা বেহুলাৰ জন্ম হয় সমসাময়ীক কালত। দুই শিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে৷ লখিন্দৰৰ পিতৃ [[চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী৷ তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে৷ ইপিনে শিৱৰ কন্যা [[মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল৷<ref>Bengali Devi Manasa |url=https://vedicgoddess.weebly.com/goddess-vidya-blog/more-on-bengali-devi-manas?fbclid=IwAR3zbGu0CiVBLJrtpe58uZ0dA6GQqEoKvC4BCgKV1slO4-LwMtdRUxffcww | আহৰআহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ৷<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে৷<ref>Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে