কলিকতা বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
30 নং শাৰী:
কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী [[অস্কাৰ বঁটা]] বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী [[ন'বেল বঁটা]] বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব।<ref>[http://www.currentscience.ac.in/Downloads/article_id_097_04_0490_0499_0.pdf CSIR–UGC National Eligibility Test: a performance indicator of basic science education in Indian universities: Inderpal, S.Chetri, A. Saini and R. Luthra, Current Science, Vol.97, No 4, 25 August 2009] ''cs-test.ias.ac.in''. Retrieved 13 August 2012</ref> কলিকত বিশ্ববিদ্যালয় [[ৰাষ্ট্ৰসংঘ]]ৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।<ref>[https://academicimpact.un.org/sites/academicimpact.un.org/files/UNAI%20MEMBERS%20LIST%20SEPTEMBER%202019.pdf] ''UNAI Members List''. Retrieved 17 September 2019</ref>
 
==ইতিহাস==
১৮৫৭ খনৰ ২৪ জানুৱাৰী তাৰিখে কলিকতা বিশ্ববিদ্যালয় বিধেয়ক কাৰ্যকৰী হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আঁচনি প্ৰস্তুতকৰণৰ বাবে ৪১ গৰাকী সদস্যৰ চিনেট গঠন কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি দ্বাৰভাংগাৰ মহাৰাজা মহেশ্বৰ সিং বাহাদুৰে দান কৰিছিল। ঐতিহাসিক ভাবে বিশ্ববিদ্যালয়খনে ব্ৰিটিছ ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে ইয়াৰ ভৌগোলিক পৰিসৰ পূবে ৰেংগুনৰ (বৰ্তমান [[ম্যানমাৰ]]ত) পৰা উত্তৰ-পশ্চিমে লাহোৰলৈ (বৰ্তমান [[পাকিস্তান]]ত) আৰু দক্ষিণে সিংহললৈ (বৰ্তমান [[শ্ৰীলংকা]] আছিল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ভৌগোলিক পৰিসৰৰ হিচাপে এয়া সৰ্ববৃহৎ।<ref name="caluniv2">[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm About the university] {{Webarchive|url=https://web.archive.org/web/20110808224127/http://www.caluniv.ac.in/About%20the%20university/university_frame.htm |date=8 August 2011 }} @ Official site, University of Calcutta. Retrieved 7 December 2011</ref><ref name="officialhist">{{cite web|url=http://www.caluniv.ac.in/university_campuses/university_frame.htm|title=Genesis and Historical Overview of the University|work=University and its Campuses|publisher=University of Calcutta|archiveurl=https://web.archive.org/web/20070321035649/http://www.caluniv.ac.in/university_campuses/university_frame.htm <!-- Bot retrieved archive -->|archivedate=21 March 2007|accessdate=22 March 2007}}</ref>
 
১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ ছাৰ আশুতোষ মুখাৰ্জী দুবছৰীয়া চাৰিটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল। ১৯২১ চনত তেওঁ পঞ্চমবাৰলৈ উপাচাৰ্য পদত নিযুক্তি লাভ কৰিছিল। পাঁচ গৰাকী [[নোবেল বঁটা]] বিজয়ী ক্ৰমে: ছাৰ ৰোনাল্ড ৰছ, [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[চন্দ্ৰশেখৰ ভেংকটৰমন]], [[অমৰ্ত্য সেন]] আৰু [[অভিজিত বেনাৰ্জী]] কলিকতা বিশ্ববিদ্যালয়ৰ লগত জড়িত।<ref name="caluniv2" />
==তথ্য উৎস==
{{ৰেফলিষ্ট|<ref name='caluniv1'>[http://www.ugc.ac.in/stateuniversitylist.aspx?id=35&Unitype=2 CU information brochure for MSc, BTech] Retrieved 25 November 2011</ref><ref name='Our_Special_Correspondent'>{{cite web|url=http://www.telegraphindia.com/1100106/jsp/calcutta/story_11946899.jsp|title=The Telegraph - Calcutta (Kolkata) - Metro - CU makes the highest grade}}</ref>}}