কলিকতা বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
34 নং শাৰী:
 
১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ ছাৰ আশুতোষ মুখাৰ্জী দুবছৰীয়া চাৰিটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল। ১৯২১ চনত তেওঁ পঞ্চমবাৰলৈ উপাচাৰ্য পদত নিযুক্তি লাভ কৰিছিল। পাঁচ গৰাকী [[নোবেল বঁটা]] বিজয়ী ক্ৰমে: ছাৰ ৰোনাল্ড ৰছ, [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[চন্দ্ৰশেখৰ ভেংকটৰমন]], [[অমৰ্ত্য সেন]] আৰু [[অভিজিত বেনাৰ্জী]] কলিকতা বিশ্ববিদ্যালয়ৰ লগত জড়িত।<ref name="caluniv2" />
==চৌহদসমূহ==
[[File: Kolkata univ jeroje.jpg|thumb|আশুতোষ শিক্ষা প্ৰাংগণ, কলেজ ষ্ট্ৰীট চৌহদ]]
কলিকতা বিশ্ববিদ্যালয়ৰ মুঠ ১৪টা চৌহদ [[কলকাতা]] মহানগৰ আৰু ইয়াৰ আশে-পাশে সিঁচৰত হৈ আছে। ইয়াৰ মুখ্য চৌহদ সমূহ হল:
আশুতোষ শিক্ষা প্ৰাংগণ (কলেজ ষ্ট্ৰীট), ৰাসবিহাৰী শিক্ষা প্ৰাংগণ বা ৰাজাবাজাৰ বিজ্ঞান কলেজ (ৰাজবাজাৰ), তাৰকানাথ পালিত শিক্ষা প্ৰাংগণ (বলীগঞ্জ) আৰু শ্বহীদ খুদিৰাম শিক্ষা প্ৰাংগণ (অলিপুৰ)।
<ref name="cu5">[http://www.caluniv.ac.in/Campuses/campus.htm University Campus] {{Webarchive|url=https://web.archive.org/web/20120622083229/http://www.caluniv.ac.in/Campuses/campus.htm |date=22 June 2012 }} ''caluniv.ac.in''. Retrieved 12 August 2012</ref>
 
অন্যান্য চৌহদ সমূহ হ'ল: হাজৰা ৰোড চৌহদ, বিশ্ববিদ্যালয় প্ৰেছ আৰু বুক ডিপো,বি.টি. ৰোড চৌহদ, বিহাৰীলাল কলেজ অফ হম চাইন্স কেম্পাছ, বিশ্ববিদ্যালয় স্বাস্থ্য সেৱা, হাৰিংঘাটা চৌহদ, ঢকুৰীয়া লেক চৌহদ বিশ্ববিদ্যালয় পথাৰ আৰু টেণ্ট, মৈদান।<ref name="cu5"/>
==তথ্য উৎস==
{{ৰেফলিষ্ট|<ref name='caluniv1'>[http://www.ugc.ac.in/stateuniversitylist.aspx?id=35&Unitype=2 CU information brochure for MSc, BTech] Retrieved 25 November 2011</ref><ref name='Our_Special_Correspondent'>{{cite web|url=http://www.telegraphindia.com/1100106/jsp/calcutta/story_11946899.jsp|title=The Telegraph - Calcutta (Kolkata) - Metro - CU makes the highest grade}}</ref>}}